WhatsApp Stopped : হঠাৎ বিশ্বজুৰি অচল হৈ পৰিল হোৱাটছএপ 

Screenshot 2022 10 25 13 47 42 05 40deb401b9ffe8e1df2f1cc5ba480b12 1

WhatsApp Stopped :

বিশ্বজুৰি হঠাৎ অচল হৈ পৰিছে হোৱাটছএপ ৷ আজি দিনৰ ১২-৪৫ বজাৰ পৰা  সমগ্ৰ বিশ্বত বহুলভাৱে প্ৰচাৰিত এপ অচল হৈ যোৱাত এক হাহাকাৰময় পৰিস্থিতি সৃষ্টি হয় ৷

অৱশ্যে অচল হোৱাৰ সন্দৰ্ভত প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷ এই পৰ্যন্ত হোৱাটছএপ কতৃৰ্পক্ষৰ কোনো তথ্য সদৰি কৰা নাই ৷

Exit mobile version