Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

    Fan of Zubin:জুবিন গাৰ্গকভালপোৱাৰ অনন্য নিৰ্দশন দাঙি ধৰিলে শিৱসাগৰ এজন যুৱ

    Zuben Garg Tribute:মহানগৰীৰ পার্শ্বৱর্তী সেউজ পাহাৰৰে ঘেৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজি জুবিন দিৱসৰ তৃতীয় দিন

    Blood Donation Camp:ৰক্তদানেৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি ৰাজ্যিক বিজেপিৰ

    CM Reaction:১৯ ছেপ্তেম্বৰৰ দিনটো জুবিন দিৱস ‘প্ৰসংগত মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া

    Justice For Zubeen:যিসকলে কৈছে জুবিন গাৰ্গৰ হত্যা হোৱা নাই তেওঁলোক অসমত থাকিব নোৱাৰিব

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Red Jackfruit in Vietnam : কিয় বিশ্বজুৰি জনপ্ৰিয় হৈ পৰিছে ভিয়েটনামৰ ৰঙা কঁঠাল ?

publisher by publisher
October 24, 2022
in Food, International, Lifestyle
Reading Time: 1 min read
0
Red Jackfruit in Vietnam : কিয় বিশ্বজুৰি জনপ্ৰিয় হৈ পৰিছে ভিয়েটনামৰ ৰঙা কঁঠাল ?
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

ভিয়েটনামত ভয়ংকৰ জাহাজ দুৰ্ঘটনা !

ইন্ধন ভৰোৱাৰ সময়ত এয়াৰ ইণ্ডিয়াৰ বিমানত ধৰা পৰিল যান্ত্ৰিক বিসংগতি!

Facebook Post:ফেচবুকত প’ষ্ট কৰাৰ অপৰাধত ৩০ মাহৰ কাৰাদণ্ড সাংবাদিকৰ !

Red Jackfruit in Vietnam :

ভাৰতবৰ্ষৰ লগতে বিশ্বৰ প্ৰতিখন দেশত কম-বেছি পৰিমাণে কঁঠাল উৎপাদন হয় । ডাঙৰ-সৰু সকলোৰে প্ৰিয় এই ফল অৱশ্যে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ জাতীয় ফল । সম্প্ৰতি বাংলাদেশত ভিয়েটনামৰ ৰঙা কঁঠাল সাংঘাটিক ধৰণে জনপ্ৰিয় হোৱা দেখা গৈছে । মূলতে থাইলেণ্ড , মালেইছিয়া, আৰু ভিয়েটনামত বহু উন্নত প্ৰজাতিৰ কঁঠাল উৎপাদন হয় ।

ADVERTISEMENT

ইয়াৰে অন্যতম হ’ল ভিয়েটনামত উৎপাদন হোৱা আঠাবিহীন ৰঙা কঠাল । অৱশ্যে এই কঠালৰ আকাৰ অন্য কঠালতকৈ কিছু সৰু হয় । এই জাতৰ কঁঠালত কেৱল সুস্বাদু কঠালৰ ফোটা থাকে । এই কঠাল ইমানেই জনপ্ৰিয় যে অন্য জাতৰ কঁঠালতকৈ ইয়াৰ মূল্য বহু বেছি । উৎপাদনৰ ক্ষেত্ৰতো ইয়াৰ খৰচ কম আৰু লাভ বেছি হয় আৰু ই বাৰটা মাহতে উপলব্ধ হয় ।

তেনেক্ষেত্ৰত অসমত উপলব্ধ কঁঠালো ব্যৱসায় ভিত্তিত উৎপাদন কৰি থলুৱা খেতিয়কসকল অধিক লাভাম্বিত হ’ব পাৰিব বুলি ক’ব পাৰি । যিহেতু চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশে কঁঠাল উৎপাদন কৰি দ্বিতীয় স্থান লাভ কৰাৰ লগতে থাইলেণ্ড, ইন্দোনেছিয়া আৰু নেপালে ক্ৰমে তৃতীয় , চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।

বাংলাদেশে অতি প্ৰাচীন কালৰে পৰা খাজা, আদাৰস আৰু গালা নামৰ তিনিধৰণৰ কঁঠাল উৎপাদন কৰি আহিছে । বৰ্তমান উচ্চ জাতৰ দুবিধ কঁঠাল , ঘৰুৱা কঁঠাল -১ আৰু ঘৰুৱা -২ নামৰ বাংলাদেশৰ কৃষি গৱেষণা ইনষ্টিটিউটে উদ্ভাৱন কৰিছে ।

সমান্তৰালকৈ বৰ্তমান বিশ্বৰ বিভিন্ন দেশত হাইব্ৰিড জাতৰ কঁঠাল উৎপাদন কৰা হৈছে । তাৰভিতৰত ভিয়েটনামৰ ৰঙা কঁঠাল অন্যতম । যাৰ ইংৰাজী নাম হৈছে , Gac Baby Jackfruit ।

জানক এই ৰঙা কঁঠাল লগোৱাৰ নিয়ম :
ছাদত বা ড্ৰামত এই ৰঙা কঁঠাল ৰোপণ কৰিব পাৰি । সমান্তৰালকৈ বৰ্ষা বা বৰষুণৰ পানী নোৰোৱা ওখ ঠাইতো এই কঁঠাল ৰোপণ কৰিব পাৰি । চাফা পৰিবেশ এই কঁঠালৰ খেতি কৰিবৰ বাবে অতিকৈ উপযোগী । একেদৰে ঘৰৰ ছাদ বা ড্ৰামত এই কঁঠাল ৰুলে এটা ডাঙৰ ড্ৰাম ল’ব লাগে । পিছত ভাল মাটি ভৰাই কঁঠালৰ পুলিটো ৰুৱ লাগে ।

কঁঠালৰ গুটিৰ পৰা কঁঠালৰ পুলি উলিয়াই এই খেতি কৰা হয় । ইয়াৰোপৰি ডালৰ পৰা কলম কৰিও এই পুলি উলিয়াব পাৰি । একেদৰে আপুনি বিভিন্ন নাৰ্চাৰীৰ পৰাও এই ভিয়েটনামী ৰঙা কঁঠালৰ পুলি ক্ৰয় কৰিব পাৰে । সাধাৰণতে শাওঁণ মাহৰ মাজভাগত এই কঁঠাল ৰুব লাগে ।

এজোপা গছৰ পৰা আন জোপালৈ ১২ মিটাৰ দূৰত্ব থকাটোও প্ৰয়োজন । উল্লেখ্য যে এই গছ ৰোপণ কৰাৰ পিছত দৈনিক পৰিচৰ্যা কৰাৰো প্ৰয়োজন নাথাকে । কঁঠাল গছজোপাত ফুল লগাৰ পৰা মুচি আৰু কঁঠাল ডাঙৰ হোৱা তথা পকালৈকে মুঠ ১২০ দিনৰ পৰা ১৫০ দিন সময় লাগে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Gac Baby JackfruitRed jackfruitVIETNAM
publisher

publisher

Related Posts

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

September 18, 2026
সাৱধান! আশ্চৰ্যকৰভাৱে শান্ত হৈছে আটলান্টিক
International

সংগিনীৰ সন্ধানত অনাহাৰে চাৰি হেজাৰ কিলোমিটাৰ অতিক্রম

৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!
International

৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

September 17, 2026
সৌদিনালৈ আয়ৰ কোনো উৎস নথকা মহিলাসকলৰ আয় এতিয়া মাহিলি এক-দুই লাখ টকা
International

সৌদিনালৈ আয়ৰ কোনো উৎস নথকা মহিলাসকলৰ আয় এতিয়া মাহিলি এক-দুই লাখ টকা

September 17, 2026
মক্কালৈ লক্ষ্য কৰি ড্ৰ’ন আক্ৰমণ হুথিৰ
International

মক্কালৈ লক্ষ্য কৰি ড্ৰ’ন আক্ৰমণ হুথিৰ

September 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d