WhatsApp : পুনৰ সক্ৰিয় হ’ল হোৱাটছএপ

WhatsApp Image 2022 10 25 at 2.58.35 PM

WhatsApp :

আজি দিনৰ ১২ বাজি ৪৫ মিনিটৰ পৰা দুই বাজি ৩০ মিনিটলৈকে সমগ্ৰ বিশ্বত অচল হৈ পৰিছিল জনপ্ৰিয় এপ্ হোৱাটছ‌এপ । দুঘণ্টাধৰি বন্ধ আছিল হোৱটছএপ ৷ অৱশ্যে ২-৩০ মিনিটৰ পৰা পুনৰ কাৰ্যক্ষম হ’ল হোৱাটছএপ ৷

উল্লেখ্য যে বিশ্বজুৰি হঠাৎ বহুলভাৱে ব্যৱহৃত এপটো অচল হৈ পৰাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৷ অৱশ্যে অচল হোৱাৰ সন্দৰ্ভত প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷ এই পৰ্যন্ত হোৱাটছ‌এপ কতৃৰ্পক্ষৰ তৰফৰ পৰা কোনো তথ্য সদৰি কৰা নাই ৷

Exit mobile version