Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Rajnath Singh : পিঅ’কে পুনৰুদ্ধাৰৰ বার্তা প্রতিৰক্ষামন্ত্রীৰ

publisher by publisher
October 28, 2022
in India, News
Reading Time: 1 min read
0
Rajnath Singh : পিঅ’কে পুনৰুদ্ধাৰৰ বার্তা প্রতিৰক্ষামন্ত্রীৰ
2
SHARES
19
VIEWS
ShareShareShareShare

Rajnath Singh :

পাক অধিকৃত কাশ্মীৰ (পিঅ’কে) পুনৰুদ্ধাৰ কৰাৰ বার্তা পুনৰ উত্থাপন হ’ল প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙৰ বক্তব্যত । তেওঁ জনাইছে, ইয়াৰ বাবে প্রস্তাৱ উত্থাপন কৰা হ’ব সংসদত ।

ADVERTISEMENT

আজি শ্রীনগৰৰ বদগামত শৌর্য দিৱস উপলক্ষে এক অনুষ্ঠানত ৰাজনাথে জনাইছে, পাক অধিকৃত কাশ্মীৰৰ বাসিন্দাসকলৰ ওপৰত পাকিস্তানে ক্রমাগত নির্যাতন চলাইছে । তেওঁ কয়, ‘‘কাশ্মীৰৰ এটা অংশ, যিটো পাকিস্তানে অবৈধভাবৱে দখল কৰিছিল সেয়া পুনৰুদ্ধাৰৰ বাবে ১৯৯৪ত প্রস্তাৱ গৃহীত হৈছিল সংসদত । সেই প্রস্তাৱ কার্যকৰ কৰাৰ ক্ষেত্রত ভাৰত বদ্ধপৰিকৰ ।’’

RelatedPosts

কিশ্তৱাৰত নতুন সংঘৰ্ষ, ছত্রু বনাঞ্চলত অব্যাহত সেনা-আৰক্ষীৰ যৌথ অভিযান

অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে বৃহৎ সাফল্য!

জম্মু–কাশ্মীৰত পুনৰ সেনা–উগ্ৰপন্থীৰ গুলীচালনা!

প্ৰতিৰক্ষা মন্ত্ৰী সিঙে জনায়, পিঅ’কে-ৰ প্রতিজন বাসিন্দাৰ জ্বালা-যন্ত্রণা অনুভৱ কৰে ভাৰতে । তাৰ নাগৰিকসকলক নিয়মিত অত্যাচাৰ কৰা হৈছে । পাকিস্তান চৰকাৰে পিঅ’কে-ত বিদ্বেষমূলক আচৰণ কৰিছে । সেই দিন বেছি দূৰত নহয়, যেতিয়া অত্যাচাৰৰ বিৰুদ্ধে তাৰ বাসিন্দাসকলেই গৰজি উঠিব ।

c9a3c524 55e6 11ed a38a cabaa1eb1604 1666868963499

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, ‘‘সকলো ধৰণৰ সুযোগ সুবিধাৰ পৰা পিঅ’কে-ৰ বাসিন্দাসকল যে বঞ্চিত আমি সেই সম্পর্কে সচেতন ।’’ গিলগিট আৰু বালটিস্তানৰ প্রসংগও দাঙি ধৰিছে তেওঁ ।

ইয়াৰ পাছতেই পাকিস্তানক উদ্দেশ্যি প্ৰতিৰক্ষা মন্ত্ৰী সিঙৰ প্রশ্ন, ‘‘পিঅ’কে-ৰ বাসিন্দাসকলক কিমান অধিকাৰ দিয়া হৈছে ? মানৱ অধিকাৰৰ প্রসংগ উত্থাপন কৰি পাকিস্তানে ঘৰিয়ালৰ চকুপানী বোৱালেও তেওঁলোকে জানে পিঅ’কে-ৰ লোকসকলৰ স’তে তেওঁলোকে কি আচৰণ কৰে ।’’ তাৰ সকলো অমানৱিক কার্যকলাপৰ বাবে পাকিস্তানেই দায়ী বুলিও প্রতিবেশী দেশক লক্ষ্য কৰিছে প্রতিৰক্ষামন্ত্রীয়ে ।

তেওঁ জনায়, ১৯৪৭ত চর্দাৰ বল্লভভাই পেটেলে যি সপোন দেখিছিল, শৰণার্থীসকলে তেওঁলোকৰ ঘৰ-বাৰী ঘূৰাই পালে সেই সপোন পূলণ হ’ব । মন্ত্ৰী সিঙৰ আশ্বাস, ‘‘সেই দিন আহিবই…’’ আজি পিঅ’কে পুনৰুদ্ধাৰৰ বাবে জম্মু-কাশ্মীৰত ৩৭০ ধাৰা স্থগিত কৰাৰ প্রসংগও দাঙি ধৰে । প্ৰতিৰক্ষা মন্ত্ৰী সিঙৰ দাবী, এই সিদ্ধান্ত লোৱাৰ পাছত কাশ্মীৰত শান্তি, সাফল্য, সমৃদ্ধি আহিছে । সমগ্ৰ সমাজে যৌথভাৱে এই সাফল্যৰ পথে আগবাঢ়িছে ।

1666873258 4 rajnath

তেওঁ লগতে কয়, ‘‘এয়া আৰম্ভণিহে ।’’ সমগ্ৰ দেশৰ স’তে জম্মু-কাশ্মীৰৰ পূর্ণ সংযুক্তিৰ ফলত কাশ্মীৰৰ জনসাধাৰণৰ মাজত আশাৰ সঞ্চাৰ হৈছে । কেন্দ্রশাসিত অঞ্চল হোৱাৰ পাছত জম্মু, কাশ্মীৰ আৰু লাদাখত প্রতিটো ক্ষেত্রত উন্নতি হৈছে । তেওঁলোকৰ অধিকাৰ ঘূৰাই পাইছে ।

সেনাৰ আবেগ বৃদ্ধি কৰি প্ৰতিৰক্ষা মন্ত্ৰী সিঙে জনায়, কাশ্মীৰৰ মানুহৰ নিৰাপত্তাৰ স্বার্থত সেনা বা অন্যান্য নিৰাপত্তা সংস্থা সন্ত্ৰাসদমনত যি পদক্ষেপ কৰে, তাক লৈ অনেকেই মানৱ অধিকাৰ উলংঘাৰ অভিযোগ উত্থাপন কৰে ।

আনহাতে, কাশ্মীৰৰ সাধাৰণ লোক, সেনা বা নিৰাপত্তা সংক্রান্ত সংস্থাৰ স’তে জড়িত কর্মচাৰীৰ ওপৰত সন্ত্ৰাসবাদীসকলৰ হিংস্র আক্রমণ কৰিলে সেই সময়ত মানৱ অধিকাৰ সন্দৰ্ভত উদ্বেগ দেখা নাযায় বুলিও কটাক্ষ কৰিছে মন্ত্ৰী সিঙে ।

সাম্প্রতিক কালত কাশ্মীৰি পণ্ডিত, প্ৰব্ৰজনকাৰী শ্রমিকসহ বিভিন্ন মানুহৰ ওপৰত আক্ৰমণৰ ঘটনাত উপত্যকাৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত যি প্রশ্ন উঠিছে, সেই প্রসংগ উত্থাপন কৰা নাই মন্ত্ৰী সিঙে । তেওঁ জনাইছে, ১৯৪৭ত অবৈধভাৱে যিসকলে কাশ্মীৰ দখলৰ চেষ্টা কৰিছিল, তেওঁলোকক উপযুক্ত উত্তৰ দিছিল ভাৰতীয় সেনাই । ভাৰতীয় সেনাৰ ইনফেন্ট্রি ৰেজিমেন্টৰ ত্যাগৰ উল্লেখ কৰি ২৭ অক্টোবৰত তেওঁলোকক উদ্দেশ্যি শ্রদ্ধাও জনায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Jammu and KashmirRajnath singh
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d