BTR : বিটিআৰত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ

970063e5 34f5 4e4a aae7 9124202e008b

BTR :

⭕ বিটিআৰত পুনৰ উদ্ধাৰ হৈছে অবৈধ মাৰনাস্ত্ৰ ।

⭕ কালি নিশা ওদালগুৰি আৰক্ষীৰ অভিযানত উদ্ধাৰ অস্ত্ৰখিনি ।

⭕ এডিজিপি এছবি হিৰেণ নাথৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান ।

⭕ ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়োৰ নেতৃত্বত চলিছিল অভিযান ।

⭕ অভিযানত আছিল মাজবাট থানাৰ অচি ৰাজীৱ গোঁহাই আৰু লালপানী আৰক্ষী চকীৰ বিষয়া ।

⭕ মাজবাটৰ লালপানী অঞ্চলত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ ।

⭕ উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ ভিতৰত আছে তিনিটা একে৪৭, ছটা খালী মেগজিন, ৬২০ জাই গুলী ।

⭕ অস্ত্ৰসমূহ কাৰ এতিয়াও জানিব পৰা হোৱা নাই ।

⭕ ঘটনা সন্দৰ্ভত সৱিশেষ তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে ।

Exit mobile version