Papaya :
অমিতাৰ উপকাৰী গুণ বেছি যদিও ইয়াৰো আছে কিছু অপকাৰী গুণ
*প্ৰয়োজনতকৈ যদি বেছিকৈ খায় তেতিয়া হ’লে অৰুচি,বমি বমি ভাব হ’ব পাৰে।
*বেছিকৈ খোৱাৰ ফলত ডায়েৰীয়া আদি হোৱাৰো আশংকা নুই কৰিব নোৱাৰি।
*ডায়েবেটিছ ৰোগীয়ে পকা অমিতা আদি খোৱাৰ পূৰ্বে পৰামৰ্শ গ্ৰহণ কৰা উচিত।
*গৰ্ভাৱস্থাৰ প্রথম তিনিমাহত এনে ধৰণৰ ফল গ্রহণ নকৰাটোৱে মংগলজনক।
*শিশুসকলক কেতিয়াও বেছিকৈ খুৱাব নালাগে।
*যদিহে অমিতা খোৱাৰ পাছত কোনো ধৰণৰ সমস্যাই গা কৰি উঠে তেতিয়া হ’লে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ গ্রহণ কৰা উচিত।
*বেছিকৈ সদায় খালে ইয়াৰ প্ৰভাৱ খাদ্য নলীৰ ওপৰতপৰিব পাৰে।
*প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰিলে শৰ্কৰাৰ পৰিমাণ হ্রাস পোৱাৰো আশংকা থাকে।
*কেতিয়াবা ইয়াত থকা পেপেইনৰ বাবে এলাৰ্জি হ’ব পাৰে।