Papaya : অমিতাৰ উপকাৰী গুণ বেছি যদিও ইয়াৰো আছে কিছু অপকাৰী গুণ

eating papaya

Papaya :

অমিতাৰ উপকাৰী গুণ বেছি যদিও ইয়াৰো আছে কিছু অপকাৰী গুণ

*প্ৰয়োজনতকৈ যদি বেছিকৈ খায় তেতিয়া হ’লে অৰুচি,বমি বমি ভাব হ’ব পাৰে।

*বেছিকৈ খোৱাৰ ফলত ডায়েৰীয়া আদি হোৱাৰো আশংকা নুই কৰিব নোৱাৰি।

*ডায়েবেটিছ ৰোগীয়ে পকা অমিতা আদি খোৱাৰ পূৰ্বে পৰামৰ্শ গ্ৰহণ কৰা উচিত।

*গৰ্ভাৱস্থাৰ প্রথম তিনিমাহত এনে ধৰণৰ ফল গ্রহণ নকৰাটোৱে মংগলজনক।

*শিশুসকলক কেতিয়াও বেছিকৈ খুৱাব নালাগে।

*যদিহে অমিতা খোৱাৰ পাছত কোনো ধৰণৰ সমস্যাই গা কৰি উঠে তেতিয়া হ’লে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ গ্রহণ কৰা উচিত।

*বেছিকৈ সদায় খালে ইয়াৰ প্ৰভাৱ খাদ্য নলীৰ ওপৰতপৰিব পাৰে।

*প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰিলে শৰ্কৰাৰ পৰিমাণ হ্রাস পোৱাৰো আশংকা থাকে।

*কেতিয়াবা ইয়াত থকা পেপেইনৰ বাবে এলাৰ্জি হ’ব পাৰে।

Exit mobile version