Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Winter seasons : শীতৰ আগমণৰ লগে লগেই আপুনি চৰ্দি , জ্বৰ, কাহত ভুগিছে নেকি ?

এই ঘৰুৱা পদ্ধতিৰে অতি সহজে আপুনি আৰোগ্য লাভ কৰিব পাৰিব ---

publisher by publisher
October 30, 2022
in Lifestyle
Reading Time: 1 min read
0
Winter seasons : শীতৰ আগমণৰ লগে লগেই আপুনি চৰ্দি , জ্বৰ, কাহত ভুগিছে নেকি ?
2
SHARES
21
VIEWS
ShareShareShareShare

Winter seasons :

বতৰৰ পৰিৱৰ্তন হৈছে । ঠাণ্ডা অহাৰ লগে লগেই মানুহে বতৰীয়া বেমাৰ চৰ্দি, কাহ,জ্বৰ আদিত ভোগা দেখা যায় । এনে পৰিস্থিতিত আপুনি কি কৰিব ?

ADVERTISEMENT

এই বতৰীয়া অসুখৰ পৰা সোনকালে পৰিত্ৰাণ পাবলৈ হ’লে আপুনি জালুক আৰু আজুৱাইন সংমিশ্ৰণ কৰি খাব লাগিব । এই ঘৰুৱা পদ্ধতিৰে আপুনি অতি সোনকালে আৰোগ্য লাভ কৰিবলৈ সক্ষম হ’ব ।

RelatedPosts

শীতৰ পুৱা কম্বলৰ ঊমৰ পৰা সাৰ পাব মন নাযায়?

এই নিয়মবোৰ মানি চলিলে শীতত আপোনাৰ ছালে জিলিকনি নেহেৰুৱাব

দীৰ্ঘস্থায়ী হ’ব এইবাৰৰ শীত!

আচলতে শীতৰ আগমণৰ এই সময়ছোৱাত মানুহৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা দুৰ্বল হৈ থাকে । যিকাৰণে সহজে চৰ্দি , কাহ, জ্বৰ আদি হ’ব পাৰে । এনে সময়ত আপুনি জালুক আৰু আজুৱাইনৰ মিশ্ৰণ কৰি পাণ কৰিলে উপশম পাব পাৰিব ।
এই দুই উপাদানে একেলগে আপোনাৰ একাধিক ৰোগৰ পৰাও ৰক্ষা কৰিব পাৰে ।

যদি আপুনি এই বতৰীয়া ৰোগত আক্ৰান্ত হৈছে , তেন্তে আপুনি আজুৱাইন আৰু জালুকৰ গুড়িৰ মিশ্ৰণ কৰি পাণ কৰক । এই মিশ্ৰণত ভিটামিন চি মজুত থকাৰ লগতে ইয়াত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰে ।
যদি আপুনি বদহজমৰ সমস্যাতো ভুগি আছে , তেন্তে আপুনি এই মিশ্ৰণ খালে নিশ্চয়কৈ উপশম পাব পাৰিব ।

যিহেতু আজুৱাইন আৰু জালুকৰ মিশ্ৰণে পাচনতন্ত্ৰৰ এনজাইমাৰ বৃদ্ধি কৰাত সহায় কৰে আৰু হজমৰ সমস্যা দূৰ কৰে ।
শীতৰ আগমণৰ লগে লগে দুৰ্গা পূজা , কালী পূজা আদি বিভিন্ন উৎসৱসমূহ আহে আৰু পূজা বুলিলেই বিভিন্ন খাদ্যৰ জুতি লোৱাটো এক স্বাভাৱিক কথা ।

ফলত আপোনাৰ কোষ্ঠকাঠিন্যৰ দৰে সমস্যাই দেখা দিব পাৰে । এনে সময়তো আপুনি একাপ পানীত আজুৱাইন আৰু জালুকৰ গুড়ি আৰু স্বাদ অনুসৰি ক’লা নিমখ মিহলাই পাণ কৰিলে সহজে উপশম পাব পাৰিব । ইয়াৰোপৰি এই মিশ্ৰণে আপোনাৰ গেছৰ সমস্যাও দূৰ কৰিব ।

উল্লেখ্য যে , জালুক আৰু আজুৱাইনৰ মিশ্ৰণে ওজন হ্ৰাস কৰাতো সহায় কৰে । আজুৱাইন যঠেষ্ট পৰিমাণে ফাইবাৰ আছে । একেদৰে জালুকত পাইপেৰিন আছে । যি দুটা উপাদানে মানুহৰ ওজন কমোৱাত সহায় কৰে । ইয়াৰ লগে লগে শীতত মানুহৰ গাৰ বিষ বা পেশিৰো বিষ হোৱা পৰিলক্ষিত হয় । এই দুই উপাদানত এণ্টি-ইনফ্লেমেটৰি ও এণ্টি-আৰ্থাৰাইটিছৰ গুণ আছে ।

তেনেক্ষেত্ৰত আজুৱাইন আৰু জালুকৰ মিশ্ৰণৰ পেষ্ট বনাই বিষ হোৱা স্থানত ল’গালে এনে বাত বিষৰ যন্ত্ৰণাৰ পৰা মুক্তি পাব পাৰি ।

বি: দ্ৰ: এই তথ্যসমূহ সাধাৰণভাৱে মানুহৰ মুখে মুখে চলি অহা ঘৰুৱা চিকিৎসা পদ্ধতি । ইয়াৰ বৈজ্ঞানিক যুক্তি আছে যদিও কোনো ৰোগত আক্ৰান্ত হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো একান্ত বাঞ্চণীয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: HealthSeasonsWinter
publisher

publisher

Related Posts

আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ
Lifestyle

March 9, 2026
এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ
Lifestyle

এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

March 9, 2026
সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে
Lifestyle

সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

March 7, 2026
কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই
Lifestyle

কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

March 5, 2026
ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?
Lifestyle

ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

February 28, 2026
গাখীৰৰ লগত ফল খালে কি হয়?
Lifestyle

গাখীৰৰ লগত ফল খালে কি হয়?

February 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d