Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Gujarat : কিয় ভাঙি পৰিল গুজৰাটৰ ওলমা দলঙ ? চাঞ্চল্যকৰ দাবী ফৰেনচিক বিশেজ্ঞসকলৰ

publisher by publisher
October 31, 2022
in India, News
Reading Time: 1 min read
0
Gujarat : কিয় ভাঙি পৰিল গুজৰাটৰ ওলমা দলঙ ? চাঞ্চল্যকৰ দাবী ফৰেনচিক বিশেজ্ঞসকলৰ
1
SHARES
14
VIEWS
ShareShareShareShare

Gujarat

কিয় ভাঙিলে গুজৰাটৰ ওলমা দলং ? সদ্য মেৰামতি কৰাৰ পাছতো ক’ত ত্ৰুটি ৰৈ গ’ল ? নিৰ্মাণত নিম্ন মানদণ্ডৰৰ সামগ্রী ব্যৱহাৰ কৰা হৈছিল নেকি?

ADVERTISEMENT

নক্সাত ত্ৰুটি আছিল নেকি? মোৰবিৰ দলং দুৰ্যোগত উত্থাপিত হৈছে বহুতো প্ৰশ্ন । সূত্ৰ অনুসৰি, ফৰেনচিক বিশেষজ্ঞসকলে দুৰ্ঘটনাটোৰ বাবে অত্যাধিক ভিৰক দোষাৰোপ কৰিছে।

RelatedPosts

উত্তৰ প্ৰদেশৰ পাছত এইবাৰ ৰাজস্থান চৰকাৰে বাধ্যতামূলক কৰিলে বিদ্যালয়ত বাতৰি কাকত পঢ়া

৩০ ঘন্টাত ২৪টা ভূমিকম্পৰ ফলত সক্ৰিয় হৈ উঠিল তিনিটা ফল্ট লাইন!

গুজৰাটত নিষিদ্ধ ‘ৰোলিং পেপাৰ’ !

দেওবাৰে গুজৰাটত এখন ওলমা দলঙ খহি পৰে । ঘটনাটোত ১৪১ জন লোকৰ মৃত্যু হয়। বৰ্তমানেও নদীৰ পৰা মৃতদেহ উদ্ধাৰ কাৰ্য অব্যাহত আছে। ঘটনাটোৰ ভয়াবহতা কে’বাটাও ভিডিঅ’ৰ জৰিয়তে পোহৰলৈ আহিছে।

য’ত দেখা গৈছে যে দলংখন কেনেকৈ হঠাতে ছিঙি নদীত পৰিছে। দুৰ্ঘটনাটো কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞানৰ (চিএফএছএল) দ্বাৰা তদন্ত কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, বিশেষজ্ঞসকলে গেছ কাটাৰেৰে খহি পৰা দলংখনৰ পৰা নমুনা সংগ্ৰহ কৰিছে।

কেন্দ্ৰীয় সংস্থাটোৰ এজন বিশেষজ্ঞই জনাই যে দুৰ্ঘটনাটোৰ বাবে অত্যাধিক ভিৰ দায়ী। জনসাধাৰণৰ প্ৰচণ্ড চাপৰ বাবে, দলংখনৰ আন্তঃগাঁথনিত এক গঠনমূলক সমস্যা সৃষ্টি হয় ।

এসময়ত দলঙখনে অত্যধিক ভৰ বহন কৰিব নোৱাৰি বাগৰি পৰে।

তাৎপৰ্যপূৰ্ণভাৱে, এজন প্ৰত্যক্ষদৰ্শীয়ে জনাই যে যুৱক-যুৱতীৰ এটা দলে দলংখন বিপদজনকভাৱে ধেমেলীয়াধৰণে দোলাই আছিল। ছ’চিয়েল মিডিয়াত প্ৰচাৰিত বহুতো ভিডিঅ’ত সেই দৃশ্য প্ৰকাশ্যেত আহিছে ।

এনে কৰাত দলংখনৰ আন্তঃগাঁথনিৰ ওপৰতো যথেষ্ট চাপ পৰে । তথ্য অনুসৰি মোৰবিৰ ব্ৰিটিছ যুগৰ দলংখন অলপতে মেৰামতি কৰা হৈছিল।

WhatsApp Image 2022 10 31 at 14.06.53এই কামটো গুজৰাটৰ ঘড়ী নিৰ্মাতা ‘অ’ৰেভা গ্ৰুপে কৰে। গুজৰাটী নৱবৰ্ষ উপলক্ষে ২৬ অক্টোবৰত দলংখন ৰাইজৰ বাবে মুকলি কৰা হৈছিল। সূত্ৰ অনুসৰি, ‘ অ’ৰেভা’য়ে মেৰামতিৰ কাৰিকৰী দিশটো ‘দেৱপ্ৰকাশ ছলিউচনছ’ নামৰ এটা কোম্পানীক আউটচৰ্চ কৰিছে। ফলস্বৰূপে, প্ৰশ্ন উত্থাপিত হয়, এই কোম্পানীবোৰ দলং ৰক্ষণাবেক্ষণৰ দৰে ডাঙৰ কামৰ বাবে যোগ্য নে?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্তমান গুজৰাট ভ্ৰমণ কৰি আছে। ইয়াৰ মাজতে, দেওবাৰে সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । স্থানীয় সূত্ৰ অনুসৰি, অত্যাধিক ওজন ল’ব নোৱাৰাৰ বাবে দলংখন খহি পৰে। দুৰ্ঘটনাটোৰ সময়ত দলংখনত ৫০০ জন লোক আছিল। দলংখনো দুৰ্বল হৈ পৰিছিল।

অৱশ্যে, কোটি কোটি টকা ব্যয়েৰে মেৰামতি কৰাৰ পাছত ইয়াক চাৰি দিন আগতে ৰাইজৰ বাবে মুকলি কৰা দলংখন কিয় খহি পৰিছিল? এইটো এতিয়া সকলোৰে মনত ডাঙৰ প্ৰশ্ন !

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bridge CollapseGujaratMorbi
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d