Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Fruit : এই পদ্ধতিত ফল খালে লাভৰ বিপৰীতে হ’ব পাৰে বিপদ !

publisher by publisher
November 5, 2022
in Lifestyle
Reading Time: 1 min read
0
Fruit : এই পদ্ধতিত ফল খালে লাভৰ বিপৰীতে হ’ব পাৰে বিপদ !
2
SHARES
15
VIEWS
ShareShareShareShare

Fruit :

এই পদ্ধতিত ফল খালে লাভৰ বিপৰীতে হ’ব পাৰে বিপদ ! Fruit Diet কৰাৰ পূৰ্বে জানি লওক এইকেইটা গুৰুত্বপূৰ্ণ কথা —
ফল স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী যদিও ফল খোৱাৰ কিছুমান নিয়ম আছে । এই নিয়মৰ কথা নজনাকৈ বহুতে Fruit Diet কৰিবলৈ আৰম্ভ কৰে ।

ADVERTISEMENT

Fruit Diet হৈছে এনে এটা বিষয় , য’ত কোনো এজন লোকে পুৱাৰ আহাৰ , দূপৰীয়াৰ আহাৰ , ৰাতিৰ আহাৰ , সকলোতে ফল খাবলৈ আৰম্ভ কৰে । এইক্ষেত্ৰত বিশিষ্ট পুষ্টিবিদ ৰীমাই কৈছে যে , প্ৰত্যেক সাজ আহাৰত ফল খালে বিপদ হ’ব পাৰে । অৰ্থাৎ ই স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক । আচলতে ফল খোৱাৰ নিৰ্দিষ্ট পদ্ধতি আছে ।

RelatedPosts

ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

নতুন গৱেষণাত ওলাল বিশেষ তথ্য

খোজ কাঢ়িলে ভৰিত বিষ অনুভৱ হয়?

198a9ab3 b7f4 46c8 b24c f7231890b2f0কিন্তু বহুত মানুহে এই প্ৰক্ৰিয়াক ভুলকৈ বুজি লৈ Fruit Diet কৰিবলৈ আৰম্ভ কৰে । ফলত মানুহজনৰ শৰীৰত ভয়ংকৰ সমস্যাই দেখা দিব পাৰে । বিভিন্ন ৰোগ বাঢ়ি যোৱাৰো আশংকাও আহিব পাৰে । গতিকে Fruit Diet কৰাৰ আগে সতৰ্ক হোৱাটো খুবেই দৰকাৰী ।

আমি মনত ৰখা উচিত যে , যিকোনো ফলতে এচিদ থাকে । এই এচিদ এটা মাত্ৰালৈকে শৰীৰক লাগে । এচিদৰ পৰিমাণ বাঢ়ি গলে শৰীৰৰ ভিতৰত না-না অসুবিধাৰ সৃষ্টি হ’ব পাৰে । এইক্ষেত্ৰত পুষ্টিবিদ ৰীয়াই কৈছে যে, যিকোনো ফলত কাৰ্বহাইড্ৰেট আৰু ফাইবাৰ খুব কম পৰিমাণত থাকে । আছে প্ৰোটিন আৰু ভাল চৰ্বি । যিটো কাৰণত Fruit diet কৰিলে বিভিন্ন সমস্যাৰো সৃষ্টি হ’ব পাৰে যিহেতু ফলত পুষ্টিৰ ভাৰসাম্যতা নাথাকে আৰু শৰীৰৰ বাবে অপুষ্টিকৰ হৈ উঠিব পাৰে ।

8724114b d647 4df8 811b 846ccc299494পুষ্টিবিদগৰাকীয়ে আৰু এইবুলিও কৈছে যে – যিকোনো আহাৰে বেছি সময় পেট ভৰাই ৰাখিলে সহজে ভোক নেলাগে । কিন্তু Fruit Diet কৰিলে সোনকালে ভোক লাগে আৰু সেইসময়ত যিকোনো অপুষ্টিকৰ আহাৰ খাবলগীয়া হয় । যিটো স্বাস্থ্যৰ পক্ষে খুবেই ক্ষতিকাৰক । পূৰ্বেই কোৱা হৈছে যে , ফলত প্ৰোটিন প্ৰায় নাথাকেই , এনে পৰিস্থিতিত শৰীৰৰ প্ৰোটিনৰ ঘাটি পূৰাবলৈ অন্য কোনো পৰিপূৰক আহাৰ গ্ৰহণ কৰিব লাগিব । দৈ, প্ৰোটিন পাউদাৰ , চিজ মাহজাতীয় বীজও ফলৰ লগত খোৱা উচিত।

আমাৰ শৰীৰত ফেট বা চৰ্বিৰো প্ৰয়োজন আছে । Fruit Diet সমান্তৰালকৈ ফেটজাতীয় খাদ্য যেনে- আখৰোট , কাঠবাদাম , পি-নাট বাটাৰ , চানফ্লাৱাৰ চিড আদিও খাব লাগিব । যি শৰীৰত প্ৰয়োজনীয় চৰ্বিৰ যোগান ধৰি থাকিব । ইয়াৰোপৰি ডায়েবেটিছ , ওজন বেছি থকা সমস্যা , হ’ৰমনৰ অসমতা আদি থাকিলে Fruit Diet নকৰাই ভাল । কৰিব খুজিলেও চিকিৎসকৰ পৰামৰ্শ লৈহে কৰিব লাগে ।

bfb7e59a 752b 45c3 ac4e ee8774b56997বি:দ্ৰ: এই প্ৰতিবেদনটো সচেতনতা বৃদ্ধিৰ বাবেহে যুগুত কৰা হৈছে । কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱাটো একান্ত আৱশ্যক ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DietfruitHealth
publisher

publisher

Related Posts

ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?
Lifestyle

May 11, 2025
দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য
Lifestyle

দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

May 9, 2025
ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ
Lifestyle

ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

May 8, 2025
শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব
Lifestyle

শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

May 6, 2025
নতুন গৱেষণাত ওলাল বিশেষ তথ্য
Lifestyle

নতুন গৱেষণাত ওলাল বিশেষ তথ্য

May 5, 2025
প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?
Lifestyle

প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

May 5, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d