Alia Bhatt :
মাতৃ হ’ল আলিয়া ভট্ট । মুম্বাইৰ এখন চিকিৎসালয়ত এগৰাকী কন্যা সন্তান জন্ম দিয়ে অভিনেত্ৰীগৰাকীয়ে ।
দেওবাৰে পুৱা প্ৰায় সাত বাজি ৩০ মিনিটত আলিয়াক এইচ এন ৰিলায়েন্স চিকিৎসালয়লৈ লৈ যায় ।
দম্পতীহালে এই বছৰৰ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হয়। চলিত বৰ্ষৰ জুন মাহত, আলিয়াই তেঁওৰ সন্তানৰ আগমনৰ কথা শ্বেয়াৰ কৰে ।