Suspension :বশিষ্ঠ দেৱ শৰ্মাৰ অন্ত্যেষ্টিক্রিয়াত নুফুটিল টোপধ্বনি

এপিটিএফৰ কমাণ্ডেণ্ট মুকুট ৰাভাক নিলম্বন

WhatsApp Image 2022 11 06 at 21.23.18 1

Suspension :

বৰপেটা সত্ৰৰ সদ্যপ্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ নশ্বৰদেহ ৰাজ্যিক মৰ্য্যদাৰে শেষকৃত্য সম্পন্নৰ সময়ত আৰক্ষীৰ টোপধ্বনিত বন্দুকৰ পৰা দুটাকৈ গুলী নুফুটাৰ বাবে নিলম্বিত হ’ল হাউলিস্থ এপিটিএফৰ কমাণ্ডেণ্ট মুকুট ৰাভা ৷

আজি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ৰাজ্যপালৰ আদেশমৰ্মে নিলম্বন কৰে কমাণ্ডেণ্ট ৰাভাক ৷

Exit mobile version