Teenage Pregnancy: ১৪ বছৰ বয়সত ‘মা ‘ হৈছে প্ৰথম বাৰ,৩৬ বছৰ বয়সত আইতা !

1667661402 children 1

Teenage Pregnancy :

নিউয়ৰ্কৰ বাসিন্দা ভাৰ্নিকা মেৰিট স্কুলত থাকোতে প্ৰথমবাৰৰ বাবে মাতৃ হৈছিল। তেতিয়া তেওঁৰ বয়স আছিল ১৪ বছৰ। তেতিয়াৰ পৰা ২২ বছৰ পাৰ হৈ গৈছে।

ভাৰ্নিকাৰ বয়স এতিয়া ৩৬ বছৰ। আৰু এঘাৰবাৰ মাতৃ হৈছে তেওঁ। এইবাৰ তেওঁ আইতাক হ’ল। ২২ বছৰ বয়সত, তেঁওৰ প্ৰথম সন্তান মাতৃ হয় । ইনষ্টাগ্ৰাম আৰু টিকটকত আইতাক হোৱাৰ খবৰ নিজেই প্ৰকাশ কৰিলে মহিলাগৰাকীয়ে।

ভেৰোনিকাই তেওঁৰ জীৱনৰ সকলো কথা সামাজিক মাধ্যমত তেওঁৰ অনুৰাগীসকলৰ স’তে শ্বেয়াৰ কৰে । তেওঁৰ প্ৰথম সন্তানৰ নাম টোৰি। তেওঁৰ বয়স ২২ বছৰ। তেওঁ শেহীযয়াকৈ মাতৃ হৈছে।

ভেৰোনিকাই জনাইছে বৰ্তমানৰলৈকে গণনা কৰিলে দেখা যায় যে তেওঁ মুঠ আঠ বছৰ ধৰি অন্তঃসত্ত্বা আছিল । যদিও তেওঁ আইতা হৈছে, এতিয়াও তেওঁ ৰ’ব নিবিচাৰে। তেওঁ আৰু ছয়টা সন্তান বিচাৰে।

ভেৰোনিকাই দাবী কৰে যে তেওঁ স্বাস্থ্যজনিত ৰোগৰ বাবে গৰ্ভনিৰোধক ব্যৱহাৰ কৰিব নোৱাৰে। মহাবিদ্যালয়ত নাম ভৰ্তি কৰোঁতে তেওঁ বৃক্কৰ ৰোগত আক্ৰান্ত হৈছিল।

ভেৰোনিকাই এইটোও দাবী কৰে যে যোৱা বছৰ তেওঁ এটা বৃক্কৰ বেয়া হৈছে । হৰমনৰ পৰা তৈয়াৰ কৰা যিকোনো গৰ্ভনিৰোধক ঔষধ গ্ৰহণ কৰিলে তেজ গোট খাব পাৰে।

গতিকে তেওঁ সেই ঔষধটো এৰাই চলিছিল। ভেৰোনিকাই ছ’চিয়েল মিডিয়াত জনাই যে তেওঁ মুঠ ১৭টা সন্তানৰ মাতৃ হ’ব বিচাৰে।

Exit mobile version