Beltola College : বেলতলা মহাবিদ্যালয়লৈ নাক’ৰ দ্বাৰা ‘ বি+’ গ্ৰেড লাভ

1

Beltola College :

১৯৮৩ বৰ্ষতে স্থাপন হোৱা গুৱাহাটী মহানগৰীৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ‘বেলতলা মহাবিদ্যালয়ে’ ৰাষ্ট্ৰীয় প্ৰত্যায়ন আৰু মূল্যায়ন পৰিষদ চমুকৈ ‘ নাক ‘ৰ দ্বাৰা ‘ বি+’ গ্ৰেড লাভ কৰিবলৈ সমৰ্থ হয় ।

আজি ঘোষিত ফলাফলৰ পিছতে মহাবিদ্যালয় খনত সৃষ্টি হয় এক উৎসৱ মুখৰ পৰিবেশৰ । ছাত্র -ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা অধ্যক্ষ সকলোৱে এই প্ৰাপ্তিক শিক্ষানুষ্ঠান খনক এক নতুন গতি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে ।

মহাবিদ্যালয়খনৰ অধ্যক্ষ ড: অজিত বৰকটকীয়ে এই সাফল্যৰ বাবে সকলো পক্ষৰ শলাগ লয় ৷

Exit mobile version