Heroin Seized :মহানগৰীত ড্ৰাগছ বিৰোধী অভিযানত জব্দ বুজন পৰিমাণৰ হিৰ’ইন

আটক ড্ৰাগছ পেডলাৰ

WhatsApp Image 2022 11 09 at 15.23.08

Heroin Seized :

মহানগৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ বুজন পৰিমাণৰ নিষিদ্ধ হিৰ’ইন ৷ আটক কৰা হয় এজন ড্ৰাগছ সৰবৰাহকাৰক ৷

পানবজাৰ আৰক্ষীয়ে গুৱাহাটী ৰে’ল ষ্টেচনৰ তিনি নং গেটত এখন বাইকত অৰ্তকিতে তালাচী চলাই ১৬৩ গ্ৰাম সন্দেহজনক হিৰ’ইন ভৰ্তি ১৪৯ টা কন্টেইনাৰ জব্দ কৰে ৷ আনহাতে মুছাৰফ আলী ওৰফে তকলা নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম ৷

ধৃত সৰবৰাহকাৰীটোৰ স্বীকাৰোক্তি ভিত্তিত পিছত আৰক্ষীয়ে আটক কৰে আন কেইবাটাও সৰবৰাহকাৰীক ৷

Exit mobile version