Assam Tea Estate : চাহ কোম্পানীসমূহে চাহ বাগিছাত শ্ৰমিকক যোগান ধৰা ৰেছনত থাকিব লাগিব ট্টেড মাৰ্ক : সন্তোষ কুৰ্মী

assam tea garden pti 1134902 1660138069

Assam Tea Estate :

সাম্প্ৰতিক সময়ত অসমৰ চাহ বাগিছাৰ শ্ৰমিক সকলৰ তথা আদিবাসী চাহ জনগোষ্ঠীৰ পৰিয়ালৰ প্ৰতি লক্ষ্য ৰাখি উক্ত অঞ্চল সমূহত অধ্যুষিত যি কম মূল্যৰ ৰাইনো,মস্তি আদিৰ দৰে বিলাতী মদৰ সুৰাত কেচা স্পিৰিট অত্যাধিক দিয়া সুৰাৰ দোকান খুলিবলৈ দিয়া নহ’ব বুলি আটজাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সন্তোষ কুৰ্মী য়ে কয়।

ADVERTISEMENT

আনহাতে চাহ কোম্পানী সমূহে চাহ বাগিছাত শ্ৰমিকক যোগান ধৰা ৰেছনত ট্টেড মাৰ্ক থাকিব লাগিব। আৰু চাহ বাগিছা উঘলা কাৰ্যসূচীক আটজা কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ কালিন্দী আৰু সাধাৰণ সম্পাদক সন্তোষ কুৰ্মী য়ে সহ্য নকৰে। অন্যথা জংগী আন্দোলনৰ পথ প্ৰশস্ত কৰিবলৈ সাজু আটজা।।

Exit mobile version