Leopard Cat : মহানগৰীৰ বশিষ্ঠত পৰিত্যক্ত কুঁৱাত পৰিল লতামাকৰি

WhatsApp Image 2022 11 11 at 13.49.26

Leopard Cat :

মহানগৰীত ক্ৰমাৎ বনাঞ্চল সংকুচিত হৈ অহাৰ লগে লগে বন্যজন্ত খাদ্যৰ সন্ধানত ঢাপলি মেলে জনাঞ্চললৈ ৷

মহানগৰীৰ বশিষ্ঠৰ পাটৰকুছি লেছিয়া নগৰত আজি স্থানীয় লোকে জংঘল চাফা কৰি থাকোতেই পৰিত্যক্ত কুঁৱা এটাত প্ৰত্যক্ষ কৰে এটা লতামাকৰি

পিছত বন বিভাগক খবৰ দিয়াত বহু চেষ্টাৰ অন্তত কুঁৱাটোৰ পৰা লতামাকৰি বাঘটো উদ্ধাৰ কৰে ৷ সন্দেহ কৰা মতে খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি আহোঁতেও কুঁৱাটোত পৰে লতামাকৰিটো ৷

ইতিমধ্যে লতামাকৰি বাঘটো গুৱাহাটী ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে ৷

Exit mobile version