SFI Protest : গুৱাহাটী ক্লাৱৰ ৰাজপথত এছএফআইৰ উত্তাল প্ৰতিবাদ

আঠ হেজাৰ শিক্ষকৰ পদ বিলুপ্তিৰ সিদ্ধান্ত বাতিলৰ দাবীত প্ৰতিবাদ

WhatsApp Image 2022 11 11 at 14.02.15

SFI Protest :

মহানগৰীৰ গুৱাহাটী ক্লাৱত শুক্ৰবাৰে এছএফআইৰ আৰু ডিৱাইএফৰ কৰ্মীৰ উত্তাল প্ৰতিবাদ ৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ আঠ হেজাৰ শিক্ষকৰ পদ বিলুপ্তিৰ সিদ্ধান্ত বাতিলৰ দাবীত সংগঠন দুটাৰ কৰ্মীয়ে এক বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷

শিক্ষক বিলুপ্তিৰ সিদ্ধান্ত দাবীত ৰাজপথত অৱস্থান কৰি থকাৰ সময়তে মহিলা প্ৰতিবাদী সকলক আৰক্ষীয়ে চোঁচৰাই গাড়ীত লৈ যায় ৷

প্ৰতিবাদকাৰীয়ে মাটিত বাগৰি বাগৰি শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে ৷

Exit mobile version