Pulak Gogoi : বিশিষ্ট পৰিচালক, চিত্ৰকৰ, কাৰ্টুনিষ্ট পুলক গগৈৰ দেহাৱসান

551a8724 9f85 435b ac10 2f0eb9aa28a9

Pulak Gogoi :

বিশিষ্ট চিত্ৰশিল্পী তথা ছবি পৰিচালক পুলক গগৈৰ দেহাৱসান । দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল পুলক গগৈ ।

শনিবাৰে পুৱা আঠ বাজি ৩০ মিনিটত নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে পুলক গগৈয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ।

১৯৩৮ চনত যোৰহাটত জন্মগ্ৰহণ কৰিছিল পুলক গগৈয়ে। কে’বাখনো সফল ছবি নিৰ্মাণ কৰিছিল পুলক গগৈয়ে।

Exit mobile version