Ceragem : “চেৰাজেম”এক বিকল্প চিকিৎসা পদ্ধতি

6275eedb b7ea 4b3c ba18 8ea5efd77b15

Ceragem :

“চেৰাজেম” এনে এক বিকল্প চিকিৎসা পদ্ধতি য’ত অত্যাধুনিক কোৰিয়ান প্ৰাকৃতিক থেৰাপীৰ জৰিয়তে সকলো ধৰনৰ শাৰীৰিক অসুস্থতাৰ পৰা মুক্ত হব পাৰি। উল্লেখযোগ্য যে ২০১৪ৰ পৰা বেলতলা চেৰাজেম চেন্টাৰে ইয়াৰ থাৰমেল একুপ্ৰেচাৰ থেৰাপীৰ জৰিয়তে হাজাৰ হাজাৰ লোকক উপকৃত কৰি আহিছে। চেৰাজেমৰ সকলোতকৈ ভাল কথাটো হল যে এই থেৰাপী সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হয়।

বৃহস্পতিবাৰে দিনৰ ১০-৩০ বজাত চেৰাজেমৰ দহ্মিণ কোৰিয়াৰ পৰ্য্যবেহ্মক Mr Lee বেলতলা কেন্দ্ৰত উপস্থিত হব। এই সুযোগতে বেলতলা কেন্দ্ৰৰ পৰিচালকসকলে সকলো লোককে সুস্বাস্থ্য দিয়াৰ চেৰাজেমৰ এই অভিযানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। ঠিকনা–চেৰাজেম,লখিমী পথ, উপপথ-৮,বেলতলা তিনিআলি,গুৱাহাটী-২৮,মোবাইল=৭৫৭৮৮-০৭১৮ ৭০০২৮১১৯৪৬, ৯৪৩৫০৫৪৭৪২ ৷

Exit mobile version