Guwahti Fire: মহানগৰীত ফটাশিলত ভয়ংকৰ অগ্নিকাণ্ড

জুইত জাঁহ গ'ল কেইবাখনো দোকান

WhatsApp Image 2022 11 18 at 21.27.30 1
ADVERTISEMENT

Guwahti Fire:
মহানগৰীৰ ফটাশিলত শুক্ৰবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ বিধংসী অগ্নিকাণ্ডত গেলামালৰ বিপণী, ফাৰ্মাচী আৰু এখন চিলিণ্ডাৰৰ বিপণী ভস্মীভূত হয় ৷

অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা নাই যদিও স্থানীয় ৰাইজে অভিযোগ কৰা মতে গেছ এজেন্সীত চিলিণ্ডাৰ পৰীক্ষা কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়।

আনহাতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷

Exit mobile version