Himanta Biswa Sarma : নতুন দিল্লীত আয়োজিত হ’ব লাচিত বৰফুকনৰ ৪০০ তম জন্মজয়ন্তী

WhatsApp Image 2022 11 21 at 21.13.32

Himanta Biswa Sarma :

* নতুন দিল্লীত আয়োজিত হ’ব লাচিত বৰফুকনৰ ৪০০ তম জন্মজয়ন্তী । জনতা ভৱনত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

* তিনিদিন ধৰি চলিব এই কাৰ্য্যসূচী ।

* গুৱাহাটীৰ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ পৰা লৈ যোৱা হ’ব কিছুমান সামগ্ৰী । যাতে এইসমূহ দেখাৰ পাছত বাহিৰৰ পৰা গুৱাহাটীলৈ চাবলৈ আহে ।

* সন্ধিয়া অনুষ্ঠিত হ’ব দেশ প্ৰেমমূলক সাংস্কৃতিক অনুষ্ঠান ।

*অনুষ্ঠানত উপস্থিত থাকিব অংগৰাগ পাপন মহন্ত

Exit mobile version