Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা

download 21

Accident :

শিৱসাগৰত পুৱাই সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ।

থিতাতে নিহত হয় যুৱক – যুৱতী।

বিধ্বস্ত পথৰ গাঁতৰ পৰা বাচিবলৈ চেষ্টা কৰোঁতেই স্কুটিৰে ট্ৰাকত খুন্দা মাৰি নিহত হয় মইনা আৰু পূজা ।

Exit mobile version