Jorhat : যোৰহাটত নিশা দুৰ্বৃত্তৰ গুলিচালনা

Jorhat :

যোৰহাট মাৰোৱাৰীপট্টিত সংঘটিত হৈছে চঞ্চল্যকৰ ঘটনা । থানাৰ পৰা মাত্ৰ ১০ মিনিট দূৰত্বত যোৰহাটত দোকানৰ সম্মুখতে ব্যৱসায়ীক গুলীচালনা দুৰ্বৃত্তৰ ।

নৱাল চন্দ্ৰ ৰাম কিষাণ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ কৰ্মচাৰীক লক্ষ্য কৰি গুলিচালনা।

গুলীচালনাৰ ঘটনাক লৈ যোৰহাটত এতিয়া তীব্ৰ চঞ্চল্য।

গুলীচালনা কৰা দুৰ্বৃত্তক কৰায়ক্ত কৰে ৰাইজে।

Exit mobile version