Dibrugarh University : চিকিৎসাধীন আনন্দ শৰ্মাক সাক্ষাৎ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে

Dibrugarh University :

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ভয়ংকৰ ৰেগিঙৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। নিষিদ্ধ ৰেগিঙৰ বলি হৈছিল তিনিজনকৈ ছাত্ৰ আৰু ইয়াৰে এজনৰ অৱস্থা সংকটজনক।

ADVERTISEMENT

সম্প্ৰতি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ আই চিইউত চিকিৎসাধীন হৈ আছে আনন্দ শৰ্মা ।

আজি দুপৰীয়া ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিং হোমলৈ গৈ তাত চিকিৎসাধীন হৈ ছাত্ৰজনক সাক্ষাৎ কৰে গগৈয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷

Exit mobile version