Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডৰ অভিযোগত আটক তিনি ছাত্ৰক

১৮ জন ছাত্ৰক বহিষ্ককাৰৰ সিদ্ধান্ত কৰ্তৃপক্ষৰ

publisher by publisher
November 28, 2022
in Assam, News
Reading Time: 1 min read
0
Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডৰ অভিযোগত আটক তিনি ছাত্ৰক
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Dibrugarh University :

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ভয়ংকৰ ৰেগিঙৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য।নিষিদ্ধ ৰেগিঙৰ বলি হৈছিল তিনিজনকৈ ছাত্ৰ আৰু ইয়াৰে এজনৰ অৱস্থা সংকটজনক। সম্প্ৰতি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ আই চিইউত চিকিৎসাধীন হৈ থকা ছাত্ৰজনৰ নাম আনন্দ শৰ্মা নামৰ ।

ADVERTISEMENT

ইতিমধ্যে এই জঘণ্য ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত আৰক্ষীয়ে তিনিজনক আটক কৰাৰ লগতে এই কাণ্ডৰ মাষ্টাৰ মাইণ্ড ৰাহুল ছেত্ৰীৰ ভাতৃ ৰুবুল ছেত্ৰীক সোধপোছৰ বাবে আটক কৰিছে৷আনহাতে পলাতক অৱস্থাত আছে ৰাহুল ছেত্ৰী ৷ বিশ্ববিদ্যালয় দৃঢ় পদক্ষেপ লৈ ওঠৰ ছাত্ৰক বহিষ্ককাৰৰ সিদ্ধান্ত লয়৷
এই ঘটনাৰ প্ৰতিবাদত আজিও বিশ্ববিদ্যালয় চৌহদত ক্ষুব্ধ শিক্ষাৰ্থীয়ে অব্যাহত ৰাখিছে প্ৰতিবাদ৷দোষীৰ শাস্তি আৰু ৰেগিঙৰ বিৰুদ্ধে কঠোৰ স্থিতিৰ দাবীত অটল বিক্ষুব্ধ শিক্ষাৰ্থী সকল ৷

উজনি অসমৰ ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ৰ খনৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্রাবাসত একাংশ জ্যেষ্ঠ ছাত্ৰৰ আক্ৰমণৰ বলি হোৱা বাণিজ্য বিভাগৰ প্ৰথম ছেমিষ্টাৰৰ আনন্দ শৰ্মা নামৰ ছাত্র জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল৷ মুৰত আৰু ৰাজহাঁড়ত গুৰুতৰভাৱে আহত হৈ সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় আদিত্য হাস্পতালত ৷ আই চি ইউত ভৰ্তি হৈ থকা আনন্দ শৰ্মাৰ ঘৰ চৰাইদেউ জিলাৰ সোণাৰিত। উল্লেখ্য এই ঘটনাৰ পিছতে চৰাইদেওৰ পৰা আদিত্য হাস্পতালত উপস্থিত হোৱা আনন্দ শৰ্মাৰ মাতৃয়ে অভিযোগ কৰা মতে তেওঁৰ পুত্ৰৰ জ্যেষ্ঠ ছাত্ৰৰ দলটোৱে ওৰে নিশা নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল ৷ যাৰবাবে দুয়োখন হাত আৰু ককাল ভাঙি গৈছে ৷ ভৃত্যৰ দৰে ব্যৱহাৰ কৰি পুত্ৰক মদ আনিবলৈ আৰু বাৰ্চন- বৰ্তন ধুবলৈ বাধ্য কৰিছিল ৷

ভুক্তভোগী ছাত্ৰজনৰ মাতৃয়ে দিয়া এজাহাৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে তৎপৰ হৈ যোৱা নিশা বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ ৰেঙিংৰ স’তে জড়িত তিনি ছাত্ৰ ক্ৰমে সীমান্ত হাজৰিকা,প্ৰানজিত বৰুৱা আৰু নিৰঞ্জন ঠাকুৰক আটক কৰে ৷ আৰক্ষীয়ে ঘটনাৰ স’তে জড়িত ওঠৰজন ছাত্ৰক চিনাক্ত কৰি সকলোকে তালিকা বিশ্ববিদ্যালয় কতৃৰ্পক্ষক দাখিল কৰিছে৷ প্ৰাপ্ত খবৰ অনুসৰি উল্লিখিত ছাত্ৰ কেইজনক বিশ্ববিদ্যালয়ৰ পৰা বহিস্কৃত কৰাৰ প্ৰস্তুতি চলাইছে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংৰ সমগ্ৰ কাণ্ডৰ বিষয়ে বিশ্ববিদ্যালয়ৰ কতৃৰ্পক্ষ আৰু ভুক্তভোগী পৰিয়ালৰ পৰা অভিযোগ পোৱাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনা সন্দৰ্ভত ডিব্ৰুগড় জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা আৰু আহত ছাত্ৰজনৰ উপযুক্ত চিকিৎসা প্ৰদানৰো আহ্বান জনায় প্ৰশাসনক ৷ ডিব্ৰুগড় আৰক্ষীয়ে মুল অভিযুক্ত ৰাহুল ছেত্ৰীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamDibrugarh UniversityRagging
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d