Dgp Bhaskarjyoti Mahanta:ৰেগিঙৰ বিৰুদ্ধে অসম আৰক্ষী অধিক কঠোৰ হোৱাৰ ইংগিত আৰক্ষী সঞ্চালক প্ৰধানৰ

WhatsApp Image 2022 12 02 at 15.52.37 1

Dgp Bhaskarjyoti Mahanta:
ৰাজ্য কপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ৰেগিং কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷

ৰেগিঙৰ ক্ষেত্ৰত অসম আৰক্ষী অধিক কঠোৰ হোৱাৰ ইংগিত দি ডি জি পি গৰাকীয়ে কয়, মুখ্যমন্ত্ৰীয়ে ৰেগিংৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ দিয়াৰ পিছতে আৰক্ষী তৎপৰ হৈ পৰে ৷

ৰেগিং সংঘটিত কৰা শিক্ষাৰ্থী বা হোষ্টেল কৰ্তৃপক্ষকো ৰেহাই দিয়া নহ’ব ৷ প্ৰয়োজন হ’লে বিশ্ববিদ্যালয়ৰ বিষয়া – কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ দিয়ে ডিজিপি মহন্তই ৷ আজিৰ সমাজত ৰেগিংৰ কোনো স্থান নাই বুলি উল্লেখ কৰে ৷

Exit mobile version