Green Tea : গ্ৰীণ টি খোৱাৰো আছে নিয়ম , জানিবলৈ পঢ়ক –

green tea wight loss 1643990040

Green Tea :

বৰ্তমান সকলোৰে মাজত স্বাস্থ্য সচেতনতা বৃদ্ধি পাইছে । বৰ্ধিত ওজন আৰু বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবে সকলোৱে আজিকালি গ্ৰীণ টি সেৱন কৰে ।

কিন্তু বিশেষজ্ঞৰ মতে গ্ৰীণ টি খালেই নহ’ব । গ্ৰীণ টি খোৱাৰো আছে বিশেষ নিয়ম ।

১/ আহাৰ গ্ৰহণ কৰাৰ পিছত কেতিয়াও গ্ৰীণ টি নেখাব । বহুতেই আক’ আহাৰ গ্ৰহণ কৰাৰ পিছত গ্ৰীণ টি সেৱন কৰা দেখা যায় । কিতু আহৰ খোৱাৰ পিছত গ্ৰীণ টি সেৱন কৰিলে এচিডিটিৰ লগতে পেটৰ অনেক সমস্যা হ’ব পাৰে ।

২/ গ্ৰীণ টি কেতিয়াও খুব গৰম কৰি খাব নেলাগে । অত্যাধিক গৰম অৱস্থাত গ্ৰীণ টি খালে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা থাকে ।

৩/ খালি পেটত কেতিয়াও গ্ৰীণ টি খাব নেলাগে । নিয়মমতে শুই উঠি কিছু পানী খোৱাৰ এঘণ্টাৰ পিছতহে গ্ৰীণ টি পান কৰিব লাগে ।

৪/ শৰীৰ ওজন কমাবলৈ ৰাতি টোপনি যোৱাৰ আগতে গ্ৰীণ টি পান কৰিব লাগে আৰু ব্যায়াম কৰাৰ আধাঘণ্টা পূৰ্বে গ্ৰীণ টি পান কৰিলে বহুখিনি উপকাৰ পাব পাৰি ।

Exit mobile version