Nurul Huque: জনতা ভৱনত সাক্ষাৎ কৰি নুৰুল হকে মুখ্যমন্ত্ৰীক দিলে লোম্বৰগিনি

WhatsApp Image 2022 12 03 at 21.21.00 1

Nurul Huque:

শনিবাৰে সন্ধিয়া জনতা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ চৌহদত নুৰুল হকে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক উপহাৰ স্বৰূপে প্ৰদান কৰে ইটালীয়ান মডেলৰ লোম্বৰগিনি বিলাসী বাহনহখন ৷

প্ৰায় ১০ লাখ টকা ব্যয়ৰে কৰিমগঞ্জৰ মেকানিক নুৰু লহকে চাৰি মাহৰ ভিতৰত নিজ হাতেৰে প্ৰস্তুত কৰি উলিয়াইছিল লোম্বৰগিনি বাহন খন ৷ মুখ্যমন্ত্ৰীয়ে বাহন খন গ্ৰহণ কৰি নুৰুলৰ একাগ্ৰতা আৰু অধ্যাৱসায়ক ভূয়সী প্ৰশংসা কৰে ৷
অনাগত দিনত নুৰুলৰ নতুন সৃষ্টিৰাজীক মুখ্যমন্ত্ৰীয়ে সহায়- সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

Exit mobile version