Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam : প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিছে ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে: মন্ত্ৰী পীযুষ হাজৰীকা

publisher by publisher
October 30, 2022
in Assam, News
Reading Time: 1 min read
0
Assam : প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিছে ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে: মন্ত্ৰী পীযুষ হাজৰীকা
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Assam :

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই আজি জিলা দুখনত ৰাজ্য চৰকাৰৰ বিত্ত বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত দুটা অনুষ্ঠানত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি-২০২১ৰ অধীনত ক্ৰমে শোণিতপুৰ আৰু বিশ্বনাথ জিলাত দ্বিতীয় শ্ৰেণীৰ হিতাধিকাৰী সকললৈ সাহায্য বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে আৰম্ভনি কৰে।

ADVERTISEMENT

উল্লেখ্য যে এই সাহায্য শোণিতপুৰ জিলাৰ সৰ্বমুঠ ৪৭৮৩ গৰাকী আৰু বিশ্বনাথ জিলাৰ ৩০৫৮ গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব আৰু ইয়াৰ বাবদ ৰাজ্য চৰকাৰৰ ক্ৰমে ৭.৬৭ আৰু ৫.০৮ কোটি টকাতকৈ অধিক পূঁজি ব্যয় হ’ব। মন্ত্ৰী পীযুষ হাজৰীকাই আজি দুয়োখন জিলাতে হিতাধিকাৰীক এই সাহায্যৰ প্ৰতিকী চেক্ আনুষ্ঠানিকভাৱে প্ৰদান কৰে |

এই উপলক্ষে শোণিতপুৰ জিলাৰ তেজপুৰত আয়োজিত সভাত মুখ্য অতিথিৰ বক্তব্য প্ৰদান কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বিগত বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনৰ আগে আগে তেতিয়াৰ বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে নিৰ্বাচনত পুনৰ জিকি চৰকাৰ গঠন কৰিলে মাইক্ৰফাইনেন্সৰ ঋণ লৈ বিপদত পৰা মহিলাসকলৰ বাবে ঋণ ৰেহাই কৰিব |

এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিয়েই চৰকাৰ গঠন কৰাৰ পাছতে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ৰাজ্যখনৰ মহিলাসকলৰ বাবে প্ৰায় ৭৫০০ কোটিতকৈও অধিক টকাৰ ঋণ ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে | মন্ত্ৰী গৰাকীয়ে কয় যে বিপক্ষৰ বহু নেতাই আশংকা কৰাৰ দৰে ৭৫০০ কোটিতকৈও অধিক ঋণ ৰেহাই দিয়াৰ পাছতো ৰাজ্য চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নাই, বৰঞ্চ বিগত ডেৰ বছৰীয়া কাৰ্যকালত অসম চৰকাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এটাৰ পাছত আন এটা জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰি ৰাজ্যখনক উন্নয়নৰ দিশত আগবঢ়াই নি আছে |

বিগত সময়খিনিত প্ৰথম বাৰৰ বাবে ৰাজ্য চৰকাৰে নিজা পুঁজিৰে উত্তৰ গুৱাহাটীক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং নিৰ্মাণ প্ৰায় সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে |

আনহাতে অৰুণোদয় আঁচনিৰ জড়িয়তে ৰাজ্যখনৰ প্ৰায় ২০ লাখ মানুহক প্ৰত্যেক মাহে ১২৫০ টকাৰ সাহাৰ্য্য প্ৰদান কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে অনাগত সময়ত এই সাহাৰ্য্যৰ পৰিমাণ ২৫০০ টকা কৰাৰ বাবেও চৰকাৰে চিন্তা চৰ্চা কৰি আছে |

একেটা সময়তে ৰাজ্যখনৰ খিলঞ্জীয়া কৃষকসকলক সকাহ দিবৰ বাবে কুইণ্টলে প্ৰতি ১৯৪০ টকাকৈ দৰ নিৰ্দ্ধাৰণ কৰি চৰকাৰে কৃষকসকলক ন্যায় প্ৰদান কৰা বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই |

অনুষ্ঠানৰ পাছত সাংবাদিকক উদ্দেশ্যি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে অসম চৰকাৰে নিৰ্বাচনৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি প্ৰায় ৭৫০০ কোটি টকাতকৈও অধিক পুঁজি ব্যয়েৰে মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই দিবলৈ সক্ষম হৈছে | ঋণ ৰেহাই পাবলৈ সক্ষম হোৱা ৰাজ্যখনৰ মহিলাসকলৰ মুখত দেখা হাঁহি চৰকাৰৰ বাবে একোটা ডাঙৰ প্ৰাপ্তি বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে |

তেজপুৰত আজিৰ অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগতে সাংসদ পল্লৱ লোচন দাস, বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু আন প্ৰশাসনীয় বিষয়াসকল উপস্থিত আছিল |

তেজপুৰৰ পৰা মন্ত্ৰীগৰাকীয়ে বিশ্বনাথত উপস্থিত হৈ জিলাখনত আয়োজিত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি-২০২১ৰ অধীনত দ্বিতীয় শ্ৰেণীৰ হিতাধিকাৰী সকললৈ সাহায্য বিতৰণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে | অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰী পীযুষ হাজৰীকাই নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰাখি মহিলাসকলক মাইক্ৰফাইনেন্সৰ হাতোৰাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হোৱা বাবে সুখী হোৱা বুলি বুলি উল্লেখ কৰে ।

বিশ্বনাথত আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে সাংসদ পল্লৱ লোচন দাস আৰু জিলাখনৰ অধীনৰ বিধানসভা সমষ্টিকেইটাৰ বিধায়কসকল ক্ৰমে ৰঞ্জিত দত্ত, প্ৰমোদ বৰঠাকুৰ আৰু উৎপল বৰা উপস্থিত আছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamPiyush Hazarika
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d