Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Shadow Assassins : নব্বৈ দশকৰ ‘গুপ্তহত্যা’ৰ ক’লা অধ্যায়ৰ আলমত নিৰ্মিত বলীউডৰ ছবি ‘‘শ্বেড’ এছাচিনছ’’

গুৱাহাটীত সংবাদমেল সম্বোধন প্ৰযোজনা গোষ্ঠীৰ

publisher by publisher
December 3, 2022
in News, Assam
Reading Time: 1 min read
0
Shadow Assassins : নব্বৈ দশকৰ ‘গুপ্তহত্যা’ৰ ক’লা অধ্যায়ৰ আলমত নিৰ্মিত বলীউডৰ ছবি ‘‘শ্বেড’ এছাচিনছ’’
3
SHARES
28
VIEWS
ShareShareShareShare

Shadow Assassins :

‘গুপ্তহত্যা’ শব্দটো আজিকোপতি অসমবাসীৰ বাবে এক আতংকৰ অনুভূতি৷ সেই বিভীষিকাপূৰ্ণ ক’লা দিনবোৰে আজিও খেদি ফুৰে বহু অসমীয়া পৰিয়ালক৷

ADVERTISEMENT

অসমৰ ‘গুপ্তহত্যা’ৰ সেই ক’লা অধ্যায়ৰ সম্পৰ্কে যুগুত কৰা প্ৰাক্তন ন্যায়াধীশ কে. এন. শইকীয়াৰ ঐতিহাসিক প্ৰতিবেদনক ভিত্তি কৰি এইবাৰ বলীউডত নিৰ্মাণ হৈছে এখন হিন্দী চিনেমা ‘‘শ্বেড’ এছাচিনছ’’ (Shadow Assassins)৷ অহা জ্ঝ ডিচেম্বৰত সমগ্ৰ দেশৰ চিত্ৰগৃহত ছবিখনে শুভমুক্তি লাভ কৰিব৷

RelatedPosts

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

Gaurav Gogoi Pressmeet:মহানগৰীৰ বেলতলাত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ চাৰিদলৰ উমৈহতীয়া সংবাদমেল

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

পুনেৰ ফিল্ম এণ্ড টেলিভিজন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন অধ্যাপক নীলাঞ্জন ৰীতা দত্তৰ কাহিনী তথা পৰিচালনাত নিৰ্মাণ কৰা হৈছে এই ছবিখন৷ উল্লেখ্য যে পৰিচালক নীলাঞ্জন দত্তই পূৰ্বতে দুবাৰকৈ ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটাৰে পুৰস্কৃত হৈছিল৷

‘‘শ্বেড’ এছাচিনছ’’ৰ অসমীয়া অনুবাদ ‘গুপ্ত ঘাতক’৷ শনিবাৰে মহানগৰীৰ লাষ্টগেটস্থিত হোটেল ৰাজধানী ৰেজেঞ্চীত আয়োজিত এক সংবাদমেল সম্বোধন কৰে প্ৰযোজনাগোষ্ঠীটোৱে৷

সাংবাদিক হেমন্ত শৰ্মাই আঁতধৰা সংবাদমেলত বক্তব্য প্ৰদান কৰি নীলাঞ্জন ৰীতা দত্তই কয় যে মূলতঃ ৯০ দশকৰ সেই ক’লা অধ্যায়ৰ সময়চোৱাত অসমত কিদৰে এটা পৰিয়ালে বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজত নিজৰ সৰ্বস্ব হেৰুৱাই পেলাইছিল, তাকেই এক কাল্পনিক ৰূপত দেখুওৱা হৈছে চিনেমাখনত৷

ছবিখনৰ কাহিনী যদিও কাল্পনিক, কিন্তু তাৰ পটভূমি এক নিষ্ঠুৰ বাস্তৱ৷ ছবিখনৰ কাহিনীৰ মাজত হয়তো বহুতেই নিজৰ পৰিচিত বহু ঘটনা, কাহিনীক দেখিবলৈ পাব বুলি আশা কৰিব পাৰি৷

আনাহতে, ছবিখনৰ কাহিনীৰ পটভূমি সম্পৰ্কত তেওঁ কয় যে আজিকোপতি ভাৰতৰ মূলসূঁতিৰ চিনেমাজগতত অসমৰ বহু জীৱন্ত কাহিনী সদায়েই উপেক্ষিত হৈ আছে৷

সংবাদ মাধ্যমক পৰিচালকে জনোৱা অনুসৰি, সমগ্ৰ বিশ্বক অসমৰ প্ৰেক্ষাপতত এখন চিনেমা নিৰ্মাণ কৰি ৯০১ দশকত অসমত সংঘটিত সেই ক’লা অধ্যায়ৰ এক আভাসৰ সৈতে পৰিচয় কৰোৱাৰ এয়া এক প্ৰচেষ্টা৷

তেওঁ লগতে উল্লেখ কৰে যে এই চিনেমাখনত অভিনয় কৰা প্ৰতিজন অভিনেতাই খুব সুন্দৰভাৱে চৰিত্ৰসমূহ ৰূপায়ন কৰিছে৷ ‘‘শ্বেড’ এছাচিনছ’ চিনেমাখনত বলীউডৰ লগতে অসম তথা কলকাতাৰ কে’বাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে৷

চিনেমাখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতা অনুৰাগ সিনহা, বলীউডৰ লগতে দাক্ষিণাত্যৰ চিনেমাত প্ৰতিষ্ঠিত তথা জনপ্ৰিয়তা লাভ কৰা অভিনেত্ৰী মিষ্টি চক্ৰৱৰ্তী, ‘স্কেম-১৯৯২’ খ্যাত জনপ্ৰিয় অভিনেতা হেমন্ত খেৰ, ‘কেশৰী’ ছবিখনত ভিলেইনৰ চৰিত্ৰ ৰূপায়ন কৰা অভিনেতা ৰাকেশ চতুৰ্ৱেদী ওঁম, কলকাতাৰ জনপ্ৰিয় অভিনেতা সৌম্য মূখাৰ্জীৰ লগতে কে’বাগৰাকীও শিল্পীয়ে চিনেমাখনত অভিনয় কৰিছে৷

তদুপৰি এই চিনেমাখনত আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব মনোজ বৰকটকী, ৰঞ্জীৱ লাল বৰুৱা, স্তুতি চৌধুৰী, ভায়’লেট নাজিৰ তিৱাৰী, ৰঞ্জিতা বৰুৱা, মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰ, বিভূতি ভূষণ হাজৰিকাকে ধৰি কেইবাগৰাকীও অসমৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীক৷

ছবিখনৰ এটি গীতত মুম্বাইৰ জনপ্ৰিয় সংগীত শিল্পী জাভেদ আলীৰ লগতে আন এটি গীতত অসমৰ হাৰ্ট-থ্ৰ’ৱ জুবিন গাৰ্গেও কণ্ঠদান কৰিছে৷

উল্লেখ্য যে, যোৱা বছৰৰ শেষৰফালে গুৱাহাটীতেই শ্বুটিং সম্পন্ন কৰা ছবিখনত মুম্বাইৰ পৰা অহা বহু প্ৰতিষ্ঠিত কলা-কুশলীৰ লগত অসমৰ যথেষ্ঠসংখ্যক কলা-কুশলীয়ে চিনেমাখনত কাম কৰাৰ সুযোগ লাভ কৰিছিল৷

তাৰে ভিতৰত চিনেমাখনত সাজ-সজ্জাত গৰীমা শইকীয়া গাৰ্গ আৰু ৰূপ-সজ্জাৰ দায়িত্বত আছে বিশ্ব কলিতা৷ সংগীত পৰিচালনা কৰিছে কলকাতাৰ জনপ্ৰিয় সংগীত শিল্পী আশু চক্ৰৱৰ্তীয়ে৷

অসমৰ পটভূমিত নিৰ্মিত এই হিন্দী ছবিখনৰ প্ৰচাৰ অসমৰ পৰাই আৰম্ভ কৰিছে ছবিখনৰ প্ৰযোজকে৷ হয়তো এইখনেই এনেদৰে অসমৰ পৰাই সমগ্ৰ ভাৰতত মুক্তি হ’বলৈ যোৱা প্ৰথমখন বলীউডৰ চিনেমা৷

ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চিনেমাখনে চৰ্চা লাভ কৰিছে৷ উল্লেখ্য যে আজি অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকে গৰিমা শইকীয়া গাৰ্গ, অভিনেতা মহেশ গিন্নিলাল, মনোজ বৰকটকী, পৰীক্ষিত তামুলী, মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰৰ লগতে কেবাগৰাকী কলা-কুশলী।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GuwahatiShadow Assassins
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d