Cachar Murder : কাছাৰৰ ধলাইত নৃশংস হত্যাকাণ্ড

মানসিক বিকাৰগ্রস্ত যুৱকক হানি খুচি হত্যা

d5774961 51d6 4024 8d33 9403a59aefdb

Cachar Murder :

ৰাজ্যত শেহতীয়াকৈ ইটোৰ পিছত সিটোকৈ অপৰাধজনিত ঘটনা সংঘটিত হৈ অহাৰ মাজতে এইবাৰ কাছাৰত ধলাইত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড

দেওবাৰে নিশা জিলা খনৰ ৰুকনি চাহ বাগিচাত সংঘটিত হোৱা নৃশংস হত্যাই জোকাৰী গৈছে সৰ্বত্ৰে ৷

প্ৰাপ্ত খবৰ মতে ধুলাই চাহ বাগিচাৰ বিশ্বজিত কালিন্দী নামৰ শ্ৰমিকজনে নিৰ্মল নাথ নামৰ মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱক জনৰ স’তে কাজিয়াৰ সূত্ৰপাত হয় ৷ কাজিয়াৰ মাজতে বিশ্বজিৎ কালিন্দীয়ে চোকা জাতীয় অস্ত্ৰৰে অতি নিৰ্মমভাৱে হানিখুচি হত্যা কৰে ৷

ঘটনাৰ পিছতে স্থানীয় শ্ৰমিক সকলত তৎপৰতাত পলায়ন কৰিবলৈ চেষ্টা কৰা বিশ্বজিৎ কালিন্দীক আৰক্ষীয়ে আটক কৰে ৷

Exit mobile version