Himanta Biswa Sarma : তামলুপুৰত চিকিৎসা মহাবিদ্যালয়ৰ ভূমি পূজন অনুস্থানত উপস্থিত মুখ্যন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Himanta Biswa Sarma :

তামলুপুৰ জিলাৰ কচুবাৰীস্থিত প্ৰায় ৫৮৬ কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তাৱিত নতুন চিকিৎসা মহাবিদ্যালয়ৰ ভূমি পূজন অনুস্থানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰী , কেশৱ মহন্ত, প্ৰমোদ বড়ো লগতে বহু কেইজন উচ্চ উপদস্থ বিষয়াবৰ্গ ।

Exit mobile version