Morigaon : মৰিগাঁও জিলাত চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন

images 12

Morigaon :

মৰিগাঁও উন্নয়ন বাবে আজিৰ দিনটো এক স্মৰণীয় দিন ।

মৰিগাঁও জিলাত চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন ।

মৰিগাঁও জিলাৰ বাঘৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে স্থাপন কৰিব আধাৰশিলা

৯১০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব চিকিৎসা মহাবিদ্যালয়খন।

ইয়াৰ উপৰিও শৰ্মাই ষ্টেডিয়াম,দলঙ, পলিটেকনিক কলেজ, পকিপথৰো আধাৰশিলা স্থাপন কৰিব ।

Exit mobile version