Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam CM launches Orunodoi 2.0 virtually : নতুন দিল্লীত ভাৰ্চুৱেলি অৰুনোদয় ২.০ মুকলি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ

publisher by publisher
December 14, 2022
in News, Assam
Reading Time: 1 min read
0
Assam CM launches Orunodoi 2.0 virtually : নতুন দিল্লীত ভাৰ্চুৱেলি অৰুনোদয় ২.০ মুকলি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ
2
SHARES
20
VIEWS
ShareShareShareShare

Assam CM launches Orunodoi 2.0 virtually :

1be9d512 3888 4055 8b8c 776a19c60066ৰাজ্যখনৰ উন্নয়নৰ নৱজাগৰণ যাত্ৰাৰ পৰিৱৰ্তনশীল কাৰ্যসূচীৰ দ্বাৰা মহিলাসকলক অৰ্থনৈতিক আৰু পুষ্টিকৰ সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে আজি দিল্লীৰ পৰা ভাৰ্চুৱেলি অৰুনোদয় ২.০ মুকলি কৰে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই৷

ADVERTISEMENT

এই আঁচনিৰ অধীনত ৰাজ্যখনৰ ১০.৫০ লাখ নতুন হিতাধিকাৰীয়ে আৰ্তজনক চৰকাৰী সহায়ৰ অংশ হিচাপে আৰ্থিক সাহায্য লাভ কৰিব ৷

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

গৌৰৱ গগৈক কেন্দ্ৰ কৰি এছ আই টি প্ৰতিবেদনঃ আজি মুখ্যমন্ত্রীৰ বিশেষ ব্রিফিং

c9912dc4 e8b7 4edf 9d6b 0821e7888061দিল্লীৰ অসম ভৱনৰ কনফাৰেন্স হলৰ পৰা বুধবাৰে ভাৰ্চুৱেলি অৰুনোদয় ২.০ মুকলি কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰত্যক্ষ লাভালাভ স্থানান্তৰৰ (ডিবিটি) দৃষ্টিভংগীক বাস্তৱলৈ পৰিৱৰ্তন কৰি বহু প্ৰতীক্ষিত আঁচনিখন মুকলি কৰা হয় ৷

ৰাজ্য চৰকাৰে ৰাজ্যজুৰি লাখ লাখ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক অৰ্থনৈতিক আৰু পুষ্টিগত সুৰক্ষা প্ৰদান কৰি আহিছে৷ ২০২০-২০২১ বৰ্ষৰ অসম বাজেটত অষ্টদশ মুকুতাৰ উন্নয়নীমালাৰ মাজত অৰুনোদয় আঁচনিক আটাইতকৈ গুৰুত্বপূৰ্ণ মণি হিচাপে বৰ্ণনা কৰা হৈছে ৷

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে ৰাজ্যখনৰ আৰ্থিকভাৱে দুৰ্বল আৰু সুবিধাবঞ্চিত পৰিয়ালসমূহৰ লাভ নিশ্চিত কৰিবলৈ অৰুনোদয় বৃহত্তৰ সংস্কৰণ আৰম্ভ কৰা হৈছে।

মুঠ ১০.৫৪ লাখ নতুন হিতাধিকাৰীক অৰুনোদয় ২.০ ৰ বৃহত্তৰ সংস্কৰণৰ অধীনত নতুনকৈ যোগ দিয়া হৈছে। নতুন অন্তৰ্ভুক্তিৰ সৈতে ৰাজ্যখনত মুঠ হিতাধিকাৰীৰ সংখ্যা হ’ব প্ৰায় ২৭ লাখ।

অৰুনোদয়ৰ বাবে মুঠ ব্যয় হৈছে বছৰি৪,১৪২ কোটি টকা ৷ যাৰ ফলত ই দেশৰ সৰ্ববৃহৎ প্ৰত্যক্ষ হিতাধিকাৰী স্থানান্তৰ (ডিবিটি) আঁচনিৰ ভিতৰত এটা হৈ পৰিব ৷

অৰুনোদয়ৰ অধীনত ইন্দিৰা মিৰি বিধবা পেঞ্চন আঁচনিৰ হিতাধিকাৰীসকলকো অন্তভুৰ্ক্ত কৰাৰ লগতে দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিৰ হিতাধিকাৰীসকলকো সামৰি সকলোকে প্ৰতি মাহে ১২০০ টকা লাভ কৰিব।

মুখ্যমন্ত্ৰীয়ে অৰুনোদয় ২.০ মুকলি কৰি জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ সদস্যসকলৰ স’তে ভাৰ্চুৱেলি বাৰ্তালাপ কৰে আৰু আঁচনিখনৰ মসৃণ আৰু অসুবিধামুক্ত ৰূপায়ণ নিশ্চিত কৰিবলৈ আহ্বান জনায়।

হিতাধিকাৰীসকলৰ চূড়ান্তকৰণৰ বাবে ডিএলএমচি বৈঠক অহাবৰ্ষৰ জানুৱাৰী মাহৰ ১ৰ পৰা ১৫ ৰ ভিতৰত অনুষ্ঠিত হ’ব বুলি সদৰি কৰে ৷ আনহাতে নিৰ্বাচিত হিতাধিকাৰীসকলৰ মাজত ২০ জানুৱাৰীত বিতৰণ কৰা হ’ব আবেদন পত্ৰ । একেদৰে পৰ্টেলত আবেদন পত্ৰ সংগ্ৰহ আৰু আপলোড ২৮ ফেব্ৰুৱাৰীত সম্পূৰ্ণ কৰা হ’ব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে বিত্ত বিভাগ আৰু মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিনহাই আদৰণি ভাষণ প্ৰদান কৰাৰ বিপৰীতে বিত্ত বিভাগৰ আয়ুক্ত- সচিব জয়ন্ত নাৰ্লিকাৰ আৰু নতুন দিল্লীৰ অসম ভৱনৰ আৱাসিক আয়ুক্ত ৰাজীৱ চন্দ্ৰ যোশীৰ অৰুনোদয়ৰ ওপৰত এক ক্ষতিয়াণ দাঙি কয়, মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাসৰি যিসকলক এতিয়া বিত্তীয় অনুদানৰ প্ৰয়োজন নাই তেওঁলোকক বাদ দি আৰু ৰাজনৈতিক মতাদৰ্শ নিৰ্বিশেষে আনসকলক অন্তৰ্ভুক্ত কৰি অৰুনোদয় হিতাধিকাৰীৰ তালিকাসংশোধন কৰা হৈছে।

বিষয়াত্ৰয়ে আৰু কয় যে,এই বছৰৰ ২০ আগষ্টৰ পৰা অৰুনোদয় মাহ অনুষ্ঠিত কৰা হৈছিল য’ত অৰুনোদয় হিতাধিকাৰীসকলৰ ঘৰে ঘৰে জৰীপ কৰা হৈছিল যাৰ ফলত প্ৰমাণীকৰণৰ এক প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছিল যাৰ ফলত অৰুনোদয় ডাটাবেচ বিশুদ্ধ আৰু বৃদ্ধি কৰা হৈছিল।”

যোৱা ২০ অক্টোবৰৰএক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰি মুখ্যমন্ত্ৰীয়ে জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিসমূহক ১০ দিনৰ ভিতৰত হিতাধিকাৰীসকলৰ এখন নতুন তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা জৰীপৰ আধাৰত তালিকাখন সংশোধন কৰা হৈছিল।

আনহাতে যোগ্য লোকসকলক অন্তৰ্ভুক্ত কৰা বা অযোগ্য লোকসকলক বাদ দিয়াৰ বাবে সঠিক কাৰণ উল্লেখ কৰিব লাগে বুলি উল্লেখ কৰে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCMLaunchedOrunodoi 2.0
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d