Ganja Seized : গুৱাহাটী ৰে’লৱে আৰক্ষীৰ বৃহৎ সাফল্য

নামনিমুৱা ৰাজধানী এক্সপিছৰ জব্দ ১৩০ গাঞ্জা

WhatsApp Image 2022 12 16 at 14.00.37

Ganja Seized :

গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা ৷ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত ৰে’ল আৰক্ষীয়ে গোপন সূত্ৰৰ পমখদি অৰ্তকিতে অভিযান চলাই ১৫ লাখ মূল্যৰ বৃহৎ পৰিমাণৰ গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷

ৰে’ল আৰক্ষীৰ সূত্ৰত প্ৰকাশ যে জব্দকৃত গাঞ্জাখিনি ডিমাপুৰৰ পৰা বিহাৰলৈ নি থকা হৈছিল ৷

গাঞ্জা সৰবৰাহকাৰীৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ৷

Exit mobile version