Guwahati : গুৱাহাটীত পুনৰ মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ হ’ল দু্ৰ্ধৰ্ষ অপৰাধী গলকটা বাবু

WhatsApp Image 2022 12 16 at 13.38.49 1

Guwahati :

অপৰাধীৰ বিৰুদ্ধে শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে কঠোৰ স্থিতি লোৱাৰ মাজতে ৰাজগড়ৰ নবীন নগৰৰ পৰা মাৰাণাস্ত্ৰ সহ কৰায়ত্ব হয় এজন দুৰ্ধৰ্ষ অপৰাধী ৷

ধৃত যুৱকজনৰ নাম বাবুল আলী ওৰফে গলকাটা বাবু ৷

আটকাধীন অপৰাধীটোৰ ঘৰ বৰপেটাৰ জনিয়াত ৷

আৰক্ষীয়ে ধৃত যুৱক জনৰ পৰা জব্দ কৰে এটা পিষ্টল ৷

উল্লেখ্য যে যুৱকজন ধন দাবী আৰু ডকাইতি কাণ্ডত লিপ্ত আছিল ৷

Exit mobile version