Khanapara : খানাপাৰা খেলপথাৰত কৃষি – উদ্যান শস্য মেলা

00b8f5fd 1144 49ac 8e00 9abcf3ec2f0b

Khanapara :

খানাপাৰা খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে সপ্তম কৃষি – উদ্যান শস্য মেলা ।

কৃষি- উদ্যান শস্য মেলাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ,” তেজপুৰৰ লিচুৱে বিদেশৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ।”

অসমৰ নেমু, আদা বিদেশলৈ ৰপ্তানি হৈছে ।

চাৰি মাহত ৮,০৪১ মেট্ৰিকটন কৃষিজাত সামগ্ৰী ৰপ্তানি কৰা হৈছে ।

২০ হেজাৰ হেক্টৰ ভূমিত অৰ্গেনিক খেতি কৰাৰ চিন্তাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

Exit mobile version