Gmc Parking fess:গুৱাহাটী মহানগৰীত গাড়ী পাকিং কৰিলেই দিব লাগিব ধন !

WhatsApp Image 2022 12 18 at 11.52.11

Gmc Parking fess:

গুৱাহাটী পৌৰনিগমৰ ৰাজহ সংগ্ৰহ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ এতিয়াও পৰা মহানগৰীত গাড়ী পাকিং কৰিলেই দিব লাগিব ধন ৷

বিনামূলীয়া নহ’ব পাকিং ৷ মহানগৰৰ ৫২ টা স্থানত থকা পাকিং পৰা জি এম চিয়ে ল’ব ধন ৷

জি এম চিৰ মেয়ৰ মৃগেন শৰণীয়াই এই সন্দৰ্ভত সদৰি কৰি কয় যে, জি এম চিৰ বিনামূলীয়া পাকিং ব্যৱস্থা থকা সময়ত একাংশ লেছীয়ে অবৈধভাৱে সংগ্ৰহ কৰিছিল ধন ৷ এই অবৈধ ধন ৰোধ কৰিবৰ বাবে জি এম চিয়ে পোনপটীয়াকৈ সংগ্ৰহ কৰিব পাকিংৰ ধন ৷

Exit mobile version