Human trafficker arrested :মানৱ সৰবৰাহকাৰী কবলৰ পৰা উদ্ধাৰ ছয়গৰাকীকৈ নাবালিকা

ডিফ আৰক্ষীৰ তৎপৰতাত আটক মহিলা সহ দুই সৰবৰাহকাৰী

download 19

Human trafficker arrested :

ড্ৰাগছ সৰবৰাহৰ সমান্তৰালভাৱে এইবাৰ ৰাজ্যত গোপনে অব্যাহত আছে মানৱ সৰবৰাহকাৰী ৷বহি:ৰাজ্যত পুনৰ সংঘটিত হৈছে মানৱ সৰবৰাহৰ ঘটনা ৷ বিক্ৰীৰ বাবে বহি:ৰাজ্যলৈ লৈ গৈছিল এটা দুষ্ট চক্ৰটোৱে ৷

ডিফু আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত মানৱ সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰে নাবালিকা ছয়গৰাকীক ৷

আনহাতে এই সৰবৰাহৰ স’তে জড়িত থকাৰ অভিযোগত এগৰাকী মহিলা সহ দুজনক আটক কৰে আৰক্ষীয়ে ৷

উল্লেখ্য যে যোৱা দহটা দিনত ছয় গৰাকীকৈ নাবালিকাক মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ডিফু আৰক্ষী ৷

Exit mobile version