Meghalaya Quit Congress : মেঘালয় প্ৰদেশ কংগ্ৰেছত গৰাখহনীয়া

কংগ্ৰেছ ত্যাগ পূব শ্বিলংৰ বিধায়িকা ড:এম এ লিংড'ৰ

9b34da2d e8a3 411b 9928 5afd4f26a564

Meghalaya Quit Congress :

চুবুৰীয়া ৰাজ্য মেঘালয়ত বিগত সপ্তাহত দুজনকৈ শাসনাধিষ্ঠ এন পি পি ,এজনকৈ তৃণমূল কংগ্ৰেছ আৰু নিৰ্দলীয় বিধায়কে দলত্যাগ কৰাৰ পাছতে আজি কংগ্ৰেছত ঘটিল গৰাখহনীয়া ৷

কংগ্ৰেছ ত্যাগ পূব শ্বিলং সমষ্টিৰ বিধায়িকা ড:এম এ লিংড’ৰ ৷ এ আই চি চিৰ সভাপতিলৈ ইতিমধ্যে ই- মেইলযোগে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বিধায়িকা গৰাকীয়ে ৷

Exit mobile version