Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Meghalaya : খানাপাৰা-বকোত মেঘালয় বিজেপিৰ আগ্রাসন, প্ৰশাসনক অভিযোগ ৰাইজৰ

publisher by publisher
December 20, 2022
in News, Assam
Reading Time: 2 mins read
0
Meghalaya : খানাপাৰা-বকোত মেঘালয় বিজেপিৰ আগ্রাসন, প্ৰশাসনক অভিযোগ ৰাইজৰ
2
SHARES
15
VIEWS
ShareShareShareShare

Meghalaya :

সীমা সমস্যাক লৈ অসম আৰু মেঘালয়ৰ মাজত সংঘাত অব্যাহত থকাৰ সময়তে এইবাৰ অসমৰ বিৰুদ্ধে আগ্রাসী স্থিতি গ্ৰহণ কৰিছে মেঘালয় বিজেপিয়ে।

ADVERTISEMENT

২০২৩ৰ আৰম্ভণিতে অনুষ্ঠিত হ’বলগীয়া মেঘালয় বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয় বিজেপিয়ে অসমতো ব্যাপক হাৰত প’ষ্টাৰিং আৰু হৰ্ডিং ওলোমাই পৰোক্ষভাৱে এনেবোৰ অঞ্চল মেঘালয়ৰ বুলি ৰাজ্যখনৰ সাধাৰণ জনতাক উচটনি যোগোৱা পৰিলক্ষিত হৈছে।

RelatedPosts

আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প

মেঘালয়ৰ পূব জয়ন্তীয়া হিলছত ৫১ কোটি টকাৰ ড্রাগছ সহ মহিলা আটক

কৌশলেৰে অগপৰ সমষ্টি কাঢ়ি নি মুখ্যমন্ত্রী ‘নিজা মানুহ’ক সংস্থাপিত কৰিবলৈ চেষ্টা চলোৱাৰ চৰ্চা

উল্লেখ্য যে মেঘালয়ৰ শাসকীয় এনপিপি আৰু কংগ্ৰেছৰ চাৰিজনকৈ বিধায়কে ইতিমধ্যে বিজেপিত যোগদানৰ পাছতে দলে আৰম্ভ কৰিছে ব্যাপক প্ৰচাৰ অভিযান।

এই অভিযানৰ অংশৰূপে মেঘালয় বিজেপিয়ে দলীয় প’ষ্টাৰ-বেনাৰ আঁৰি দিছে অসমৰ ভূখণ্ডতো। গুৱাহাটীৰ খানাপাৰাত ৰাষ্ট্ৰীয় বিভাগসমূহৰ শীৰ্ষ বিষয়াসকলৰ সৈতে পথ সুৰক্ষাৰ ব্যৱস্থাৱলী বলবৎ, অৰুণোদয় ২.০ ৰ অধীনত হিতাধিকাৰী নিৰ্বাচন, অমৃত সৰোবৰ প্ৰকল্প ৰূপায়ণ আৰু ধান ক্ৰয়ৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ পৰ্যালোচনা কৰে।

মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে পথ সুৰক্ষাৰ দিশত কঠোৰ ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক পথ সুৰক্ষাৰ আচাৰবিধিসমূহ কঠোৰভাৱে বলবৎ কৰাৰ বাবে নির্দেশ দিয়ে।

তেওঁ বাইক ষ্টাণ্ট, তীব্র গতিৰে গাড়ী চলোৱা আৰু মদ্যপান কৰি গাড়ী চলোৱা চালকসকলৰ বিৰুদ্ধেও ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে ৰাষ্ট্ৰীয় ঘাইপথ আৰু গুৰুত্বপূৰ্ণ পথসমূহত তহল তীব্ৰতৰ কৰিবলৈও নির্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে পথ দুৰ্ঘটনাৰ কাৰণসমূহ চিনাক্ত কৰি ইয়াৰ সবিশেষ বিশ্লেষণৰ জৰিয়তে সংশোধনীমূলক ব্যৱস্থাৰ দ্বাৰা পথ সুৰক্ষাৰ ক্ষেত্ৰত থকা ব্যৱস্থাৱলীসমূহ বলবৎ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

মুখ্যমন্ত্রীয়ে উপায়ুক্তসকলক পথ দুৰ্ঘটনাৰ নিয়মীয়া পর্যালোচনা কৰিবলৈ কয় আৰু সঘনে দুৰ্ঘটনা সংঘটিত হোৱা স্থানসমূহ চিনাক্ত কৰিবলৈও নির্দেশ দিয়ে। তেওঁ লগতে কয় যে জিলা পথ সুৰক্ষা সমিতিয়ে এনে দূর্ঘটনাপ্ৰৱণ স্থানসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ প্ৰত্যক্ষ বুজ ল’ব লাগিব।

বছৰটোত সংঘটিত হোৱা সকলো দুৰ্ঘটনাৰ বিশ্লেষণাত্মক প্রতিবেদন প্রস্তুত কৰিবলৈ পৰিবহন বিভাগক নির্দেশ দি মুখ্যমন্ত্রীয়ে উপায়ুক্তসকলক ৰাজ্যিক লোকনিৰ্মাণ বিভাগ আৰু এন এইচ আই ডি চি এলৰ স’তে আলোচনা কৰি বিপদসংকুল পথসমূহ অগ্রাধিকাৰৰ ভিত্তিত মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে।

দুর্ঘটনামুক্ত নৱবৰ্ষ উদযাপন নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে অনাগত বছৰসমূহত দুৰ্ঘটনাৰ হাৰ ন্যূনতম ২০ শতাংশ হ্রাস কৰাৰ বাবে লক্ষ্য নিৰ্দ্ধাৰণ কৰিবলৈ কয়।বনভোজস্থলীসমূহত কোনেও যাতে মদ্যপান কৰিব নোৱাৰে আৰু বনভোজৰ যাত্ৰী কঢ়িয়াই নিয়া গাড়ী দ্রুত গতিত চলাব নোৱাৰে সেই ক্ষেত্ৰতো চোকা দৃষ্টি ৰাখিবলৈ তেওঁ নির্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে বনভোজস্থলীসমূহত অবৈধ সুৰাৰ বিক্ৰীৰ বিৰুদ্ধে আবকাৰী বিভাগৰ স’তে অভিযান চলাবলৈও উপায়ুক্তসকলক নির্দেশ দিয়ে। ভিডিঅ’ কনফাৰেন্সিঙৰ সময়ত মুখ্যমন্ত্ৰীয়ে অৰুণোদয় ২.০ ৰ অধীনত হিতাধিকাৰী নিৰ্বাচনৰ নীতি-নিৰ্দেশাৱলী সম্পর্কেও আলোচনা কৰে।

মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক অহা ১০ এপ্ৰিলৰ ভিতৰত নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হ’ব পৰাকৈ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে এটা পৰিয়ালত যাতে এজন হিতাধিকাৰীহে থাকে সেই দিশতো বাছনি পক্রিয়া চলি থকাৰ সময়ত সুনিশ্চিত কৰিবলৈও কয়।

ধান ক্ৰয়ৰ বিষয়টো আলোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰৰ এই বিষয়টো অগ্রাধিকাৰৰ ক্ষেত্ৰ আৰু সকলো জিলাতে ক্রয় অভিযান তীব্ৰতৰ কৰি তুলিব লাগিব। মুখ্যমন্ত্ৰীয়ে কৃষকসকলক এই ক্ষেত্ৰত সচেতন কৰিবলৈ কয়।

তেওঁ লগতে ধান বিক্ৰীৰ বাবে সাজু কৰি তুলিবলৈ আদ্রতা হ্রাস কৰিব পৰাকৈ প্ৰাকৃতিকভাৱে শুকুওৱাৰ ক্ষেত্ৰতো সচেতনতা সৃষ্টি কৰিবলৈ কয়। দেওবাৰে এই ভিডিঅ’ কনফাৰেন্সিঙৰ সময়ত অমৃত সৰোবৰ প্ৰকল্প ৰূপায়ণৰ বিষয়টোও আলোচনা কৰা হয়।

উল্লেখ্য যে এই প্ৰকল্পৰ অধীনত সমগ্ৰ অসমতে ২৯৮৫ টা পুখুৰী খন্দা হ’ব। মুখ্যমন্ত্ৰীয়ে বাকী থকা ডি পি আৰ সমূহ ক্ষিপ্ৰতাৰে জমা দিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক বিশেষ প্রতিষেধক অভিযান সফল কৰাৰ দিশতো প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

দেওবাৰে এই ভিডিঅ’ কনফাৰেন্সিঙৰ সময়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত,হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিত্ত মন্ত্রী অজন্তা নেওগ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্ত, খাদ্য আৰু অসামৰিক যোগান তথা গ্রাহক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব বি আৰ শ্যামাল, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব জে বি এক্কা, বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নার্লিকাৰ, মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, পৰিবহন আয়ুক্ত আদিল খান আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJPBokoBorderMEGHALAYA
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d