Supreme Court of India : মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত থাকিব নোৱাৰিব প্ৰাক্তন ছাত্ৰ

কঠোৰ নিদৰ্শনা দেশৰ সবোৰ্চ্চ ন্যায়ালয়ৰ

Supreme Court of India

Supreme Court of India :

ৰেগিং কাণ্ডক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে দেশৰ সবোৰ্চ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা ৷

এতিয়াৰ পৰা প্ৰাক্তন ছাত্ৰ থাকিব নোৱাৰিব ছাত্ৰাবাসত ৷

ৰাজ্যৰ প্ৰতিখন বিশ্ববিদ্যালয়ৰ পঞ্জীয়কলৈ এই নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ ৷

ইতিমধ্যে ন্যায়ালয়ৰ নিৰ্দেশনা পোৱাৰ পিছতে উচ্চ শিক্ষা বিভাগৰ নিৰ্দেশত উচ্চ শিক্ষা সঞ্চালকালয়ে প্ৰতিখন মহাবিদ্যালয়ৰ অধ্যক্ষলৈ প্ৰতিলিপি প্ৰেৰণ কৰিছে ৷

Exit mobile version