Tinsukia : তিনিচুকীয়া জিলাত ডিগবৈ পেঙেৰীত সেনা – আলফাৰ সংঘৰ্ষ

firing 1

Tinsukia :

ডিগবৈ পেঙেৰীত সেনা – আলফাৰ সংঘৰ্ষ ।

ঢেকীয়াজান গাঁৱত আশ্ৰয় লৈ থকা আলফাৰ স’তে সেনাৰ গুলীয়াগুলী ।

সেনা আলফাৰ গুলীয়াগুলীত আহত এজন সাধাৰণ লোক।

ভৰিত গুলিবিদ্ধ লোকজনক অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

অঞ্চলজুৰী সেনা আৰক্ষীয়ে চলাইছে অভিযান।

Exit mobile version