Guwahati Drugs Received :গুৱাহাটী ৰে’লৱে ষ্টেচনত পুনৰ জব্দ

ব্ৰাউন ছুগাৰ সহ নিচাযুক্ত টেবলেট

8ed05d4e 34f3 4770 a16d 6ec0c89e94f8

Guwahati Drugs Received :

ৰাজ্যৰ সৰ্বত্ৰে নিষিদ্ধ ড্ৰাগছ সহ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ বিপৰীতে মহানগৰীৰ কেতবোাৰ স্থানত ড্ৰাগছ পেডেলাৰে সংগোপনে গঢ়ি তুলিছে ৰমৰমীয়া বেহা ৷ সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ ।

ইয়াৰ মাজতেই ৰে’ল সুৰক্ষা বাহিনী আৰু অসম আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি গুৱাহাটী ষ্টেচনত জব্দ কৰিবলৈ সক্ষম হয় এক পেকেট ব্ৰাউন ছুগাৰ আৰু ৫,৯৪০ টা নিচাযুক্ত টেবলেট জব্দ ।

জব্দকৃত ব্ৰাউন চুগাৰ আৰু নিচাজাতীয় টেবলেট খিনি ড্ৰাগছে পেডলাৰে বেগত ভৰাই কঢ়িয়াই আনিছিল দনিপল’ এক্সপ্ৰেছত । ৰে’ল আৰক্ষীয়ে এই সন্দৰ্ভত ৰহিলা পাৰবিন নামৰ ডিমাপুৰৰ যুৱতী এগৰাকীক গ্ৰেপ্তাৰ কৰে ।

আৰক্ষীৰ মাৰাথন জেৰাত যুৱতীগৰাকীয়ে ড্ৰাগছ আৰু নিচাযুক্ত টেবলেটখিনি ৰ ডিমাপুৰৰ পৰা গুৱাহাটীলৈ ৰে’লেৰে কঢ়িয়াই অনাৰ কথা প্ৰকাশ কৰিছে ।

Exit mobile version