4th Grade Job : চতুৰ্থ বৰ্গৰ চাকৰিৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা

1110980 result

4th Grade Job :

বহু প্ৰত্যাশিত চতুৰ্থ বৰ্গৰ চাকৰিৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা কৰিলে ৰাজ্য চৰকাৰে ।

ঘোষণা অনুসৰি আগন্তুক বৰ্ষৰ পাঁচ জানুৱাৰীত এই মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব ।

চলিত বৰ্ষৰ ২৯ ডিচেম্বৰত সকলো উত্তীৰ্ণ পৰীক্ষাৰ্থীয়ে এডমিট কাৰ্ড লাভ কৰিব ।

ইতিমধ্যে লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰায় ১৩ হাজাৰ পদৰ বাবে এই মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব ।

মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ’বৰ সকলো উত্তীৰ্ণ পৰীক্ষাৰ্থীয়ে www.sebaonline.org গৈ নিজৰ এডমিট ল’ব পাৰিব ।

উল্লেখ্য যে, উক্ত পদৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাত প্ৰায় ২৬ হাজাৰ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছিল ।

Exit mobile version