Deeplina Deka:দীপলিনা ডেকাক মানসিক হাৰাশাস্তি দিয়া যুৱকক আটক

WhatsApp Image 2022 12 24 at 10.49.51

Deeplina Deka:

জনপ্ৰিয় কন্ঠ শিল্পী দীপলিনা ডেকাক মানসিক হাৰাশাস্তি দিয়াৰ অভিযোগ | শিল্পী গৰাকীক মানসিক ভাৱে হাৰাশাস্তি কৰা যুৱকক আটক ৷

শিল্পী গৰাকীৰ অভিযোগৰ ভিত্তিত মহানগৰৰ চান্দমাৰী আৰক্ষীয়ে আটক কৰা যুৱকজন হ’ল মৃদুল নাথ ৷ ইতিমধ্যে ধৃত যুৱকজনক জেৰা কৰিছে আৰক্ষীয়ে ৷

Exit mobile version