Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Chiken Pox : কেনেকৈ ৰক্ষা চিকেন পক্সৰ পৰা !

publisher by publisher
December 25, 2022
in Lifestyle
Reading Time: 2 mins read
0
Chiken Pox : কেনেকৈ ৰক্ষা চিকেন পক্সৰ পৰা !
1
SHARES
12
VIEWS
ShareShareShareShare

Chiken Pox :

এতিয়া বসন্ত কাল। এই ঋতুৱে মানুহৰ মনলৈ যিদৰে আনন্দ কঢ়িয়াই আনে, সেইদৰে দুর্যোগো মাতি আনিব পাৰে। বৰদৈচিলাৰ সন্ত্রাস আছেই। তাৰ উপৰি ভূতৰ ওপৰত দানহ পৰাৰ দৰে মানুহক জ্বলা-কলা খুৱাব পাৰে চিকেন পক্স’ বা বসন্ত ৰোগে।

ADVERTISEMENT

কিদৰে বাৰু এই সংক্রামক ৰোগ বিয়পে? ইয়াৰ প্রতিষেধকেই বা কি? আপুনি বাৰু বসন্ত ৰোগত আক্ৰান্ত হৈছে বুলি কেনেকৈ জানিব? এনে নানা প্রশ্নৰ উত্তৰ হয়তো আপুনি বিচাৰি আছে।

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

সেই উত্তৰো আছে এই প্রতিবেদনত। প্ৰধানকৈ ভেৰিচেলা-জষ্টাৰ ভাইৰাছৰ দ্বাৰাই এজন ব্যক্তিৰ শৰীৰৰ পৰা আন এজনলৈ বসন্ত ৰোগ বিয়পে। শীতৰ শেষ আৰু বসন্তৰ আগমনৰ সময়চোৱাত বতৰৰ পৰিৱৰ্তনৰ সময়তে উক্ত ভাইৰাছ বতাহত ভাহি ফুৰে।

অৱশ্যে আন সময়তো হ’ব পাৰে৷ বিশেষকৈ ১৪ বছৰৰ কম বয়সীয়া ল’ৰা-ছোৱালীৰ শৰীৰত বসন্তই দেখা দিয়াৰ সম্ভাৱনা বেছি। সৰুতে যদি বসন্ত নোলায়, তেন্তে যিকোনো বয়সত হোৱাৰ সম্ভাৱনা থাকে।

এই ৰোগৰ প্ৰধান লক্ষণ হ’ল জ্বৰ, মূৰৰ বিষ, কঁকাল-পিঠিৰ বিষ, দুৰ্বলভাব আৰু ফ্লু। দুই-এদিন জ্বৰৰ মাত্ৰা ১০০ৰ পৰা ১০৩ ডিগ্রী পর্যন্ত উঠে। তাৰ পাছত পিঠি, বুকু, কপাল, হাত, মুখ আদিত ফোঁহা উঠিবলৈ আৰম্ভ কৰে।

এই ফোঁহা ওলোৱাৰ দুদিনৰ আগৰ পৰা ফোঁহা শুকাই ছাল উঠি যাবলৈ আৰম্ভ কৰা পর্যন্ত এজন ৰোগীৰ দেহৰ পৰা আনলৈ ভাইৰাছ সংক্ৰমিত হয়।

ৰোগৰ পৰা মুক্তি

বসন্তত আক্রান্ত হোৱা শিশুৰ শৰীৰত আনুসংগিক কোনো সমস্যা নাথাকিলে লক্ষণ অনুযায়ী সাধাৰণ জুৰ আৰু এলাৰ্জিৰ চিকিৎসাই কৰা হয়।

কিন্তু শিশু আৰু বয়স্কসকলৰ বসন্তৰ স’তে লিউকেমিয়া, কর্কট বা আন অসুখৰ চিকিৎসা চলি থাকিলে এণ্টি-ভাইৰেল থেৰাপী কৰাব লাগিব। ঔষধৰ দ্বাৰা তিনি ধৰণৰ এণ্টি-ভাইৰেল থেৰাপী কৰা হয়।

ভেকচিন

বসন্তৰ প্ৰধান ভেকচিন হ’ল ‘ওকা ভেক্‌চিন’। ১২-১৫ মাহ বয়সত এই ভেকচিনৰ প্ৰথমটো ড’জ দিব লাগে। দ্বিতীয় ড’জটো ল’ব লাগিব চাৰিৰ পৰা ছবছৰ বয়সৰ মাজত।

যদি ১২-১৫ মাহ বয়সত প্ৰথমটো ড’জ লোৱাৰ পাছতো বসন্তই দেখা দিয়ে, তেন্তে দ্বিতীয়টো ড’জৰ প্রয়োজন নাথাকে। কিন্তু বসন্ত নোলালে দুয়োটা ড’জ ল’বই লাগিব।

যাৰ ১৩ বছৰ বয়স পর্যন্ত বসন্ত হোৱা নাই আৰু ভেক্‌চিনো লোৱা নাই, তেওঁলোকে পৰৱৰ্তী যিকোনো বয়সত দুয়োটা ড’জ লোৱা উচিত। এমাহৰ ব্যৱধানত ড’জ দুটা ল’ব লাগে।

যিসকলৰ কেতিয়াও বসন্ত হোৱা নাই, তেওঁলোকে ৰোগীৰ পৰা দূৰত থকাই শ্রেয়। কাৰণ ৯০ শতাংশ ক্ষেত্ৰত দেখা গৈছে যে, ৰোগীৰ সংস্পৰ্শলৈ অহাৰ বাবেই বহু লোক বসন্ত ৰোগত আক্ৰান্ত হয়।

ৰোগীৰ সংস্পৰ্শত থাকিবলৈ হ’লে পৰিয়ালৰ বাকী সদস্যক এণ্টি-ভাইৰেল থেৰাপীৰ প্ৰয়োজন৷ ৰোগীৰ শৰীৰত ফোঁহা ওলোৱাৰ ৯৬ ঘণ্টাৰ ভিতৰত আত্মীয়-স্বজনে সেই থেৰাপী ল’ব লাগিব। ঘৰত প্রি-মেচিউৰ শিশু, অন্তঃসত্ত্বা মহিলা আদি থাকিলে তেওঁলোকক যিমান পাৰি সোনকালে ‘ভেৰিচেলা জষ্টাৰ ইমিউনো গ্ল’বিউলিন’ নামৰ প্রতিষেধক দিয়া উচিত।

হোমিঅ’থেৰাপীৰ মতে, প্রতিষেধক হিচাপে ভেৰিঅ’লিনাম,মেলাড্রিনাম ঔষধৰ এটা বা দুটা ড’জ খালে উপকাৰ পোৱা যায়। আকৌ বসন্ত ৰোগীয়েও হোমিঅ’পেথী চিকিৎসা কৰাব লাগে। সেইক্ষেত্ৰত ৰোগীৰ বয়স আৰু লক্ষণ অনুযায়ী ঔষধ দিয়া হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: careChiken poxHealth
publisher

publisher

Related Posts

আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ
Lifestyle

March 9, 2026
এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ
Lifestyle

এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

March 9, 2026
সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে
Lifestyle

সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

March 7, 2026
কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই
Lifestyle

কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

March 5, 2026
ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?
Lifestyle

ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

February 28, 2026
গাখীৰৰ লগত ফল খালে কি হয়?
Lifestyle

গাখীৰৰ লগত ফল খালে কি হয়?

February 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d