Intranasal Covid Vaccine : কিমান ক’ভিড নাসিকা ভেকচিনৰ মূল্য ? জনালে ভাৰত বায়োটেকে

1672127867 nasal vaccine

Intranasal Covid Vaccine :

ক’ভিডৰ নাসিকা ভেকচিনক অনুমতি প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ ।

বুষ্টাৰ ড’জ নোলোৱা সকলে ল’ব পাৰিব নাসিকা ভেকচিন ।

নাসিকা ভেকচিনৰ মূল্য ৮৪০ টকা ।

আঠ টোপালকৈ ল’ব লাগিব নাকেৰে লোৱা এই ভেকচিন ।

ভেকচিনটো অহা বছৰ জানুৱাৰীৰ চতুৰ্থ সপ্তাহত মুকলি কৰা হ’ব।

এই ভেকচিন ১৮ বছৰৰ ওপৰৰ লোকসকলে ব্যৱহাৰ কৰিব পাৰিব।

Exit mobile version