Moran  : কাশ্মীৰ ,ছিমলা অথবা মনালী নহয় , উজনি অসমৰ মৰাণৰ দৃশ্য এইয়া

Moran  :

মৰাণত কেতিয়াও নেদেখা দৃশ্য ! নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত বৰফৰ দেশত পৰিণত হৈছে উজনি অসম।

শিলাবৃষ্টিয়ে সমগ্ৰ ঠাইখন এক নান্দনিক সৌন্দৰ্যৰে পূৰ্ণ হৈ পৰিছে।

Exit mobile version